• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী নাৰীৰ শক্তি পুৰুষতকৈ বহু বেছি : ধুবুৰীৰ মহিলা সমাৰোহত মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 10:14 pm
DSC_2031
195
VIEWS
Share on FacebookShare on Twitter

‘ নাৰী সকলক যিবোৰ ৰাষ্ট্ৰই সন্মান দিছে সেইবোৰ ৰাষ্ট্ৰ বিশ্বৰ বুকুত মহান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। এই আদৰ্শ সাৰোগত কৰিয়ে অসম চৰকাৰে বীৰাংগনা কনকলতা বৰুৱাৰ নামেৰে মহিলা সবলীকৰণৰ আঁচনি গ্ৰহণ কৰিছে’। এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জ বিধানসভা সমষ্টিৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৌজন্যত তথা গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এক বিশাল মহিলা সমাৰোহ অনুষ্ঠিত হয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানতে লোকসভা সমষ্টিটোৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটসমূহলৈ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত প্ৰদান কৰা ২৫,০০০ টকাৰ চেক বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত ধুবুৰী লোকসভা সমষ্টিৰ ৬,৩৭২টা মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ মুঠ ১০.৫৪ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে কয়, ‘ নাৰী সকল বহু মানৱীয় গুণৰ অধিকাৰী। মাতৃৰ শক্তি এগৰাকী পুৰুষতকৈ বহু পৰিমাণে বেছি আৰু এগৰাকী মাতৃৰ সন্তান হিচাপে আমি সকলোৱে সেই কথা উপলব্ধি কৰো। সেয়ে মহিলা আত্ম-সহায়ক গোটসমূহে প্ৰতিযোগিতামুখী মানসিকতাৰে আগবাঢ়ি নিজকে জাকত-জিলিকা কৰি তুলিব লাগিব’।

আজিৰ এই অনুষ্ঠানত গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক হাফিজ বচিৰ আহমেদ আৰু গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি বিজুলী কলিতা মেধীয়েও ভাষণ দিয়ে।

সমাৰোহত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd