DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানৱ সৰবৰাহকাৰীয়ে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিব খোজা কেইবাজনো কিশোৰ-কিশোৰীক ৰঙিয়া ষ্টেইশ্যনৰ পৰা উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 2:24 pm
HumanTraffickingHumanTrafficking Assam girl gets sold for 1 lakh rupees in Haryana

প্ৰতীকী ফাইল ছবি।

78
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ পৰা মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী স্তৰত বিভিন্ন প্ৰয়াস সত্ত্বেও ৰাজ্যত অব্যাহত আছে মানৱ সৰবৰাহ। বিশেষকৈ কিশোৰ-কিশোৰী সহজ বলি হৈ আহিছে এনেকুৱা দুষ্টচক্ৰৰ।

৫ জুনত জি আৰ পি আৰক্ষীৰ তৎপৰতাত ৰঙিয়া ষ্টেইশ্যনৰ ২ নং প্লেটফ’ৰ্মৰ পৰা এনেকুৱা দুষ্টচক্ৰৰ দ্বাৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লোৱা অৱস্থাত তিনিজন কিশোৰ আৰু দুগৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলাকো এই সন্দৰ্ভত আটক কৰা হয়।

আৰক্ষীৰ জেৰাত গম পোৱা মতে, এই কিশোৰ-যুৱতীকেইজনৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত। তেওঁলোকক বসুমতাৰী উপাধিৰ মহিলাগৰাকীয়ে গুজৰাটৰ মাংগালোৰত থকা মাছ পেকেজিং কোম্পানিত চাকৰি দিয়াৰ প্ৰলোভন দি ঘৰৰ পৰা লৈ আহিছিল।

এই ধৰণৰ আন এটা সফলতাত ৰঙিয়া জি  আৰ পিয়ে ষ্টেইশ্যনটোৰ ৪ নং প্লেটফৰ্মত থকা ফুটব্ৰীজৰ পৰা ছগৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিছে। ইয়াৰে চাৰিজন কিশোৰ আৰু দুগৰাকী কিশোৰী। এওঁলোকৰ ঘৰ ৰৌতা আৰু ঢেকীয়াজুলি। পৰিয়ালৰ অজ্ঞাতে এই কিশোৰ-কিশোৰকেইজন ৰে’লযোগে ৰঙিয়া ষ্টেইশ্যনত উপস্থিত হৈছিলহি। জি আৰ পিয়ে তেওঁলোকক কামৰূপ চাইল্ড লাইনৰ হাতত চমজাই দিয়ে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে সোমবাৰে ৰঙিয়া আৰক্ষীয়ে মজিদ ৰহমান নামৰ এজন মানৱ সৰবৰাহকাৰীক আটক কৰিছিল।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd