• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মালিগাঁৱৰ পদসেতুত দুটা লিফটৰ সংযোজন গুবাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2018 1:47 pm

1 min read

ATTACHMENT
138
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ নাগৰিক তথা শাৰিৰীকভাৱে অক্ষম লোকসকলৰ সুবিধাৰ্থে মালিগাঁৱৰ পদসেতুত দুটাকৈ লিফটৰ ব্যৱস্থা কৰিছে মহানগৰ উন্নয়ন কৰ্তৃপক্ষই।

গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শনিবাৰে মালিগাঁৱৰ পদসেতুখনৰ লিফটৰ শুভাৰম্ভ কৰে।এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই অহা অক্টোবৰ মাহৰ ভিতৰত মহানগৰীৰ আন তিনিখন পদসেতুত লিফটৰ সংযোজন কৰা হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰে বাজেট অধিৱেশনত বহু পূৰ্বে মহানগৰীৰ পদসেতুত লিফটৰ সংযোজন কৰা হ’ব বুলি ঘোষণা কৰিছিল।সেই অনুসৰি ভৰলুমুখ, লাচিত নগৰ আৰু দিছপুৰত ব্যক্তিগত- ৰাজহুৱা সহযোগিতাত পদসেতু নিৰ্মাণ কৰিব চৰকাৰে।

ATTACHMENT অনুষ্ঠানটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়— ‘প্ৰতিটো লিফটতে আঠজনকৈ লোক কঢ়িয়াব পৰা ক্ষমতা আছে।এই লিফট সমূহ পুৱা ৮ৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। ইয়ে জনসাধাৰণক সহায় কৰাৰ লগতে যান-জঁটৰ পৰিমাণ হ্ৰাস কৰিব’।

উল্লেখযোগ্য যে মুম্বাইৰ ছাইনপষ্ট প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক ২০ বছৰৰ বাবে এই কামৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে।ইয়াৰ জৰিয়তে মহানগৰীৰ যান- জঁট কিছু হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুচল হ’ব বুলি আশা কৰা হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd