DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন; উত্তৰ নাই মোদী-সোণোৱালৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 6, 2018 7:36 pm
narendra modi sarbananda sonowal

নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

82
VIEWS
Share on FacebookShare on Twitter

দেশৰ নাগৰিককে বিদেশী বুলি কাৰাগাৰত বন্দী কৰি ৰখাৰ দৰে মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন ঘটিছে অসমত। ভুক্তভোগীয়ে আবেদন কৰি অহাৰ পিছতো এই গুৰুতৰ অভিযোগক লৈ আজিকোপতি নিমাতে আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সোণোৱাল চৰকাৰ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইউনুচ খান নামৰ ব্যক্তিজনক নাগৰিক পঞ্জীৰ প্ৰথম খচৰাতে নাম থকাৰ পিছতো যোৱা ডেৰ বছৰতকৈও অধিক দিন ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

প্ৰধান মন্ত্ৰী মোদীকো লোকজনক মুকলি কৰি দিবলৈ অনুৰোধ কৰি ইতিমধ্যে ভুক্তভোগী খানৰ পৰিয়ালে আবেদন কৰিছে যদিও আজি ৬ জুনলৈকে পৰিয়ালটোৱে কোনো প্ৰত্যুত্তৰ পোৱা নাই।

প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ পূৰ্বে তেওঁক মুকলি কৰি দিবলৈ পৰিয়ালটোৱে অসম চৰকাৰকো আবেদন কৰিছিল। কিন্তু আজিলৈকে নিমাত হৈ আছে সোণোৱাল চৰকাৰ।

খানক ২০১৬ চনৰ নৱেম্বৰত খানক সীমান্ত আৰক্ষীয়ে আহি ‘বিদেশী বুলি সন্দেহ কৰি’ আটক কৰিছিল। আৰক্ষীয়ে ৫ দিনৰ ভিতৰত প্ৰয়োজনীয় নথি পত্ৰ দাখিলৰ বাবে খানৰ পৰিয়ালক নিৰ্দেশ দিছিল।

লগে লগে নথি-পত্ৰ জমা দিব নোৱাৰা পৰিয়ালটোৱে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়ে যদিও তেওঁক কিন্তু এতিয়াও মুকলি কৰি দিয়া হোৱা নাই।

জন্মসূত্ৰে উত্তৰ প্ৰদেশৰ খানে পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বসবাস কৰি আহিছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd