DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ লিডুত ৫০ হাজাৰ টকাৰো অধিক ব্ৰাউন চুগাৰ জব্দ এজন আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 11, 2018 2:46 pm
brown sugar siezed
83
VIEWS
Share on FacebookShare on Twitter

আজি তিনিচুকীয়া জিলাৰ লিডুৰ অন্তর্গত টিৰাপ কলিয়ৰীত আৰক্ষীয়ে অভিযান চলাই ৫০ হাজাৰৰো অধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ সহ এজন বিক্ৰেতাক আটক কৰিছে৷ অবশ্যে বিক্ৰেতাজনৰ লগৰজন আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়। ধৃত লোকজনক বিকাশ চাকমা বুলি চিনাক্ত কৰা হৈছে। ধৃত চাকমাৰ ঘৰ অৰুণাচলৰ চাংলাং জিলাৰ বৰডুমচাত৷

সমগ্ৰ অসমত শেহতীয়াভাৱে গাঞ্জা, নিচাযুক্ত দ্ৰব্য আদি ব্যাপক হাৰত উপলব্ধ হোৱাটো পৰিলক্ষিত হৈছে। বিশেষকৈ নিচাপ্ৰিয় যুৱচামৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰা নিচাযুক্ত দ্ৰব্য যেনে হেৰ’ইন, ব্ৰাউন ছুগাৰ আদিৰ এখন বে-আইনী বজাৰ অসমত শক্তিশালী ৰূপত গঢ়ি উঠিছে। মাৰ্ঘেৰিটা চহৰ আৰু ইয়াৰ উপকণ্ঠীয় এলেকা আৰু গাঁও-ভূঁইত সহজলভ্য হৈ পৰিছে নিচাযুক্ত ঔষধ।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান এলেকাৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰ কেইখনমানৰ জলবায়ু আৰু ভূ-তাত্বিক গঠনৰ বাবে সেই সেই এলেকাৰ বাসিন্দাসকলে জীৱিকাৰ তাড়নাত নিচাযুক্ত ঔষধ প্ৰস্তুত কৰিব পৰা আফিঙৰ খেতি কৰি আহিছে। সেই অৱস্থাৰ সুযোগ গ্ৰহণ কৰিয়েই এই আফিঙৰ পৰা এচাম অসাধু লাভখোৰ ব্যৱসায়ীয়ে গৱেষণাগাৰত প্ৰস্তুত কৰি আহিছে মাৰাত্মক নিচাযুক্ত ঔষধ ব্ৰাউন ছুগাৰ, হেৰ’ইন ইত্যাদি। এচাম অতি ক্ষমতাশালী লোক এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ থকাৰ বাবে নিচাযুক্ত ঔষধৰ ব্যৱসায়ৰ সাম্ৰাজ্যখন এক অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হৈ আছে।

সদ্যহতে ব্ৰাউন ছুগাৰৰ সৈতে ধৰা পৰা বিকাশ চাকমাক লিডু আৰক্ষীয়ে  জেৰা কৰি আছে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd