DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ষ্ট’নডাষ্ট বোজাই কৰা ডাম্পাৰ জব্দ স্থানীয় যুৱকৰ; আন্দোলনৰ হুংকাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 22, 2018 6:24 pm
মাৰ্ঘেৰিটাত ষ্ট’নডাষ্ট বোজাই কৰা ডাম্পাৰ জব্দ স্থানীয় যুৱকৰ; আন্দোলনৰ হুংকাৰ
91
VIEWS
Share on FacebookShare on Twitter

আজি একাংশ সচেতন যুৱকে জাগুনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা এখন ষ্ট’নডাষ্ট বোজাই কৰা ডাম্পাৰ জব্দ কৰি বন বিভাগক চমজাই দিয়ে ।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলৰ লগতে অবৈধভাৱে চলি থকা কাঠ, বল্ডাৰ, শিল-বালি আদি অবৈধ ব্যৱসায়  অনতিপলমে বন্ধৰ দাবীত মাৰ্ঘেৰিটাৰ সচেতন প্ৰকৃতিপ্ৰেমী যুৱক সকলে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও বন বিভাগৰ কাৰ্যালয় সন্মুখেৰেই প্ৰতিদিনে বনজ সম্পদ চোৰাং ভাৱে সৰবৰাহ হৈ আহিছে।

প্ৰাকৃতিক সম্পদ ধ্বংসকাৰী মাফিয়াই একাংশ বন বিভাগৰ নীতি নিৰ্দেশনা জলাঞ্জলি দি ডিগবৈ বন সংমণ্ডলটোৰ বিভাগীয় একাংশ লোকক হাতৰ মুঠিত ৰাখি এনেদৰে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

ফলত অঞ্চলটোৰ একাংশ সচেতন যুৱকে অভিযান চলাই এ এছ ২৩ বিচি/৮৯৫৪ নম্বৰৰ ডাম্পাৰ খন জব্দ কৰি নথি-পত্ৰ পৰীক্ষা কৰি কোনো ধৰণৰ বিভাগীয় কাগজ পত্ৰ নথকাত মাৰ্ঘেৰিটাৰ পাৱৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰি বনবিভাগক চমজাই দিয়ে।

মন কৰিব লগীয়া যে জাগুনৰ পৰা মাৰ্ঘেৰিটালৈকে কেইবাখনো বন বিভাগৰ গেট থকাৰ পিছতো কেনেকৈ পাৰ হৈ অবৈধ ভাৱে ষ্টনডাষ্ট সৰবৰাহ কৰিবলৈ সক্ষম হৈছে ইয়াক লৈও  প্ৰশ্ন উত্থাপন হৈছে।

আনহাতে ডিগবৈ বন সংমণ্ডলৰ অধীনত চলি থকা বনজ সম্পদ সমূহৰ ধ্বংস বন্ধ কৰিবলৈ প্ৰকৃতিপ্ৰেমী সকলে দাবী জনাইছে অন্যথা বন বিভাগৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সচেতন প্ৰকৃতিপ্ৰেমী সকলে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd