DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্চৰ পৰা আৰম্ভ হ’ব আধাৰ কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 1:35 pm
aadhaa
183
VIEWS
Share on FacebookShare on Twitter

আধাৰ কাৰ্ডক লৈ ৰাজ্যবাসীৰ মনত সন্দেহ-শংকা অব্যাহত থকাৰ মাজতে মাৰ্চৰ পৰা চৰকাৰে এই কাৰ্ড বিতৰণৰ যাৱতীয়া প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

সোমবাৰে বিধানসভাত কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজৰ এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পাটোৱাৰীয়ে কয়: মাৰ্চৰ পৰাই ৰাজ্যবাসীয়ে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ বাবে ১,২৪১টা আধাৰ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে ইউনিক আইডেণ্টিফিকেচন অথ’ৰিটী অৱ ইণ্ডিয়া চমুকৈ য়ুআইডিএআই-এ ৰাজ্যত আধাৰ কাৰ্ড বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত ৰাজ্য চৰকাৰে নিজা উদ্যোগত এই সুবিধা আগবঢ়াব।

ইতিমধ্যে এই প্ৰক্ৰিয়া যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্ত সকললৈ যাৱতীয় নিৰ্দেশ প্ৰেৰণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ বাবে ৩১ মাৰ্চক শেষ সীমা বান্ধি দিয়াৰ পাছত চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ উদ্যোগ গ্ৰহণ নকৰা বিষয়টোৱে ৰাজ্যবাসীৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।অৱশ্যে সম্প্ৰতি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত দিয়া বিবৃতিয়ে এই ক্ষেত্ৰত ৰাজ্যবাসীৰ সন্দেহ-শংকা দূৰ কৰিব বুলি আশা কৰা হৈছে।

Recent News

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd