• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত বিধানসভাৰ নিৰ্বাচনৰ আগেয়ে জেদপিএম মিত্ৰজোঁটত যোগদান কৰিলে এমপিপিয়ে

NE NOW NEWS এন ই নাও নিউজ
আইজল , February 23, 2018 2:26 pm

1 min read

Mizoram-alliance-1-570x320
70
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ শেষৰ পিনে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মিজোৰাম পীপলছ পাৰ্টি (এমপিপি)য়ে বৃহস্পতিবাৰে জোৰাম পীপলছ মুভমেন্ট (জেদপিএম)ৰ সৈতে মিত্ৰতাত প্ৰৱেশ কৰিলে।

জেদপিএমৰ সভাপতি ললিয়ানছাৱাটাই বৃহস্পতিবাৰে আইজলত এই কথা প্ৰকাশ কৰিছে।

জেদপিএম প্ৰথমতে তিনিটা আঞ্চলিক দলৰ এটা সন্মিলিত পাৰ্টি আছিল। সেই তিনিটা হৈছে জোৰাম নেশ্যনেলিষ্ট পাৰ্টি (জেদএনপি), মিজোৰাম পীপলছ কনফাৰেন্স (এমপিচি) আৰু জোৰাম এক্সোডাছ মুভমেন্ট (জেদইএম)। ইয়াৰ পিছত জোৰাম ডিচেন্ট্ৰেলাইজেশ্যন ফ্ৰন্ট (জেদডিএফ) আৰু জোৰাম ৰিফৰ্মেশ্যন ফ্ৰন্ট(জেদআৰএফ) এ এই মৰ্চাত যোগ দিয়ে।

মিত্ৰজোঁটত এমপিপিৰ যোগদানৰ পিছত এই মৰ্চাৰ অধীনত ছয়টা ৰাজনৈতিক দল সংগঠিত হ’ল।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত ললিয়ানছাৱাটাই কয় যে এমপিপিৰ যোগদানে জেদপিএমক শক্তিশালী কৰি তুলিব আৰু আগন্তুক বিধানসভাৰ নিৰ্বাচনত জেদপিএমে ৰাজ্যখনক এখন বিকল্প চৰকাৰ উপহাৰ দিব।

তেওঁ কয় যে মিত্ৰজোঁটে ৰাজ্যখনক এখন সুস্থিৰ চৰকাৰ আগবঢ়াবলৈ সক্ষম হ’ব।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উপস্থিত থকা এমপিপিৰ সভাপতি লালটানপুইয়াই কয় যে মিত্ৰজোঁটত তেওঁলোকে ‘’ভাল শাসন প্ৰতিষ্ঠা’’ ৰ দ্বাৰা মিজোৰামক পৰিৱৰ্তনৰ পথত এটা ‘’স্বৰ্গীয় আহ্বান’’হিচাপে লৈ যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এমপিপি দলটো যোৱা বছৰৰ ২৭ ছেপ্টেম্বৰত গঠন কৰা হৈছিল।

 

Recent News

WhatsApp Image 2021-03-07 at 10.50.13 AM

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd