• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামৰ ছাত্ৰ সংগঠনে ধ্বংস কৰিলে অসম পুলিচৰ শিবিৰ

NE NOW NEWS এন ই নাও নিউজ
কলাছবি , March 5, 2018 10:09 am

2 min read

ছাত্ৰ
103
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তৰ কলাছিবৰ বাইৰবিত মিজৰোমাৰ ছাত্ৰ ইউনিয়নৰ সদস্যই অসম পুলিচৰ তালাচী চকী আৰু সেনাবাহিনীৰ শিবিৰ ভাঙি চূড়মাৰ কৰে।

প্ৰাপ্ত তথ্য মতে মিজোৰাম ছাত্ৰ সংগঠনটোৱে অসম-মিজোৰাম সীমান্তত থকা নিৰাপত্ত বাহিনীৰ এই অস্থায়ী শিবিৰটো মিজোৰামৰ মাটিত নিৰ্মাণ কৰাৰ বাবে ভাঙি পেলোৱা বুলি দাবী কৰে।

মিজোৰাম ছাত্ৰ সংগঠনটোৰ সদস্যই উল্লেখ কৰা মতে তেওঁলোকে স্থানীয় ৰাইজৰ পৰা অসম পুলিচে মিজোৰামৰ মাটিত তালাচী চকী আৰু শিবিৰ নিৰ্মাণ কৰা বুলি খবৰ লাভ কৰি উক্ত কাৰ্যসূচী গ্ৰহণ কৰে।  কাৰ্যসূচীটো সংগঠনটোৰ সভাপতিৰ নেতৃত্বত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে মিজোৰাম জিলা প’লে উক্ত অঞ্চলত জিৰণি গৃহ নিৰ্মাণ কৰিছিল যদিও পিছত অসম পুলিচ আৰু অসম বন বিভাগে উক্ত জিৰণি গৃহ ভাঙি পেলাইছিল।

মিজোৰমা জিলা প’লে দাবী কৰা মতে অসম পুলিচৰ তালাচী চকী স্থাপন কৰা উক্ত ঠাইখিনি মিজোৰামৰ প্ৰাক্তন মুখ্য মন্ত্ৰী চি এইচ চুংগাৰ পত্নী লালৰ’ঠাংগিৰ আছিল। উক্ত ঠাইখিনি জিৰণি গৃহ নিৰ্মাণৰ বাবে তেওঁলোকক দান কৰা হৈছিল।

লগতে তেওঁলোকে দাবী কৰে যে বৰ্তমান উক্ত ভূমিখিনি সংৰক্ষিত বনাঞ্চলৰ অধীনত অসম চৰকাৰৰ অধীনত আছে।

মিজোৰাম জিলা প’লৰ সভাপতি এল ৰামদিনলিয়ানা ৰেনথলিয়ে কয় যে তেওঁলোকে উক্ত অঞ্চলত অসম চৰকাৰৰ বিৰোধিতা স্বত্তেও জিৰণি গৃহ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তেওঁ কয় যে উক্ত অঞ্চলটো প্ৰকৃততে মিজোৰামৰ হোৱা বাবে তেওঁলোকৰ উক্ত অঞ্চলট জিৰণি গৃহ নিৰ্মাণ কৰিব পাৰিব।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd