DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মিজোৰাম বিধানসভাত ১৫ মাৰ্চত দাখিল কৰা হ’ব বিত্তীয় বাজেট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 11:47 am
Mizoram-Assembly
89
VIEWS
Share on FacebookShare on Twitter

অহা ১৫ মাৰ্চত দাখিল কৰা হ’ব মিজোৰাম বিধানসভাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট। মিজোৰাম চৰকাৰৰ এটা উচ্চস্তৰীয় সূত্ৰই সোমবাৰে এই তথ্য সদৰী কৰিছে বুলি জানিব পৰা গৈছে।

মিজোৰাম বিধানসভাৰ সচিব এছ আৰ জ’কহুমাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনখনৰ একেটা মাহৰ ২৯ তাৰিখে অন্ত পৰিব।উল্লেখ্য যে প্ৰথমদিনা ৰাজ্যখনৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল নিৰ্ভয় শৰ্মাৰ অভিভাষণেৰে বিধানসভা অধিবেশনৰ আৰম্ভণি হ’ব।

বহু কেইটা দিশৰ পৰা এইবাৰৰ মিজোৰাম বিধানসভা অধিবেশন গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যম সমহে। বিশেষকৈ কংগ্ৰেছৰ চৰকাৰ চলি থকা ৰাজ্যখনত শেহতীয়াভাৱে উদ্ভৱ হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বিৰোধী পক্ষই শাসকীয় পক্ষক জবাবদিহি কৰিব বুলি ভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।

অৱশ্যে ৪০ খন আসন বিশিষ্ট মিজোৰাম বিভানসভাত ৩৫ জন বিধায়কেৰে কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী।সেয়েহে মথোঁ ৪ জন বিধায়কৰে বিৰোধী দল মিজো নেচনেল ফ্ৰণ্টে বিধানসভাত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

সেয়েহে অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া মিজোৰামৰ বাজেট অধিবেশনখনলৈ লক্ষ্য ৰাখিছে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে।

 

Recent News

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd