DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা:  ১৩ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানক পুনৰ নিবিদা দাখিলৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 1:32 pm
tra.jpg
103
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ নিৰ্বাচিত হিতাধিকাৰী গোটক ট্ৰেক্টৰ যোগান ধৰাৰ প্ৰক্ৰিয়া পুনৰ হাতত লৈছে কৃষি বিভাগে।

সেই অনুসৰি নিবিদাত অংশগ্ৰহণকাৰী ১৩টা ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানৰ পৰা নতুনকৈ নিবিদা আহ্বান কৰিছে কৃষি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ে।

জানিব পৰা মতে অহা ১২ মাৰ্চ অৰ্থাৎ কাইলৈৰ ভিতৰত সংশ্লিষ্ট প্ৰতিষ্ঠানকেইটাই কৃষি বিভাগে যোগান ধৰা নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে প্ৰতিযোগিতা মূল্য দাখিল কৰিব লাগিব।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সমিতিখনে আগবঢ়োৱা পৰামৰ্শ তথা কেবিনেটৰ সিদ্ধান্তমৰ্মে কৃষি বিভাগৰ ফালৰ পৰা এনে পদক্ষেপ লোৱা হৈছে।

স্মৰ্তব্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিখন শুভাৰম্ভ কৰাৰ পিছতেই ট্ৰেক্টৰসমূহৰ মূল্য নিৰ্ধাৰণক লৈ কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাত ৰাজ্য চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখে আৰু বিষয়টো পৰীক্ষাৰ বাবে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিয়ে।

মন কৰিবলগীয়া যে নিবিদাকাৰী টেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানকেইটাই প্ৰতিখন ট্ৰেক্টৰৰ বিপৰীতে অধিক মূল্য ধাৰ্য কৰিছিল, যিটো পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হয়।

সেয়েহে কেবিনেটৰ সিদ্ধান্তনুসৰি কৃষি বিভাগে নিবিদাকাৰী ১৩টা ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানক নতুনকৈ প্ৰতিযোগিতা মূল্য দাখিল কৰাৰ নিৰ্দেশ দিছে।

প্ৰাপ্ত্য তথ্য মতে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এই সুবিধা লাভৰ বাবে মুঠ ২৫,০০৭খন আবেদন দাখিল কৰিছে হিতাধিকাৰীয়ে। তাৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত১০,১৩৪টা কৃষক গোটক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে বাছনি কৰা বুলি জানিব পৰা গৈছে।

 

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd