• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীলৈ ‘ৰজা সৰ্বানন্দ সিংহ বঁটা’ মটক জাতীয় সংগঠনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2018 6:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা হ’ব মটক ৰজা ‘সৰ্বানন্দ সিংহ বঁটা’। তাৎপৰ্য্যপূৰ্ণভাৱে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে উদ্যোগ লোৱা ‘সৰ্বানন্দ সিংহ দিৱস’তে ২৭ মে’ত মুখ্য মন্ত্ৰীক এই বঁটা প্ৰদান কৰিব সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন,  সদৌ অসম মটক মহিলা পৰিষদে।

মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৩ সংখ্যক মৃত্যু তিথি উপলক্ষে ২৪ৰ পৰা ২৭ মে’লৈ তিনিচুকীয়াৰ পদুমণিস্থিত মৈদামস্থলীত এই দিৱস আয়োজন কৰা হৈছে।

Apply Now

এই বঁটাৰ সৈতে  স্মাৰক, এখন চেলেং আৰু নগদ ১ লাখ টকা থাকিব বুলি আজি গুৱাহাটীত সংবাদমেলযোগে জানিবলৈ দিয়ে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন।

যোৱা বছৰ হাগ্ৰামা মহিলাৰিক প্ৰদান কৰা এই বঁটা কেৱল ৰাজনৈতিক নেতাক কিয় প্ৰদান কৰা হয় বুলি কৰা প্ৰশ্নৰ উত্তৰত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিন্টু বৰপাত্ৰই কয় ‘সদৌ অসম মটক যুৱ সন্মিলনৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট টাই ভাষাৰ গৱেষক পুষ্পধৰ গগৈকো বেংমৰা সমন্বয়ক বঁটা প্ৰদান কৰা হৈছিল। তেওঁ মটক জনগোষ্ঠীৰ ওপৰতো বহুকেইখন গৱেষণামূলক গ্ৰন্থ ৰচনা কৰিছে। আজিৰ তাৰিখত যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী নহ’লহেঁতেন, তেওঁ এগৰাকী সংগ্ৰামী নেতা। তেওঁ চাবুৱা সমষ্টিৰ সাংসদ হৈ থাকোঁতে আমাৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ হকে মাত মাতিছিল। মুখ্যমন্ত্ৰী হ’লেও তেওঁক সৰ্বানন্দ সোণোৱাল হিচাপে বঁটাটো প্ৰদান কৰা হ’ব। আমি কোনো ৰাজনৈতিক মুনাফা আদায়ৰ হেতু এই বঁটা প্ৰদান কৰা নাই। তেওঁক আমি কালি সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছো। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, তেতিয়ালৈকে আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।’

উল্লেখযোগ্য যে ২৪ মে’ৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰ সন্মত হোৱা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে মটক জনগোষ্ঠীয় সংগঠন তিনিটাৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ১৮ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ যোৱা ২৩ এপ্ৰিলত প্ৰদান কৰিছিল।

চৰকাৰী পৃষ্ঠপোষকতা সন্দৰ্ভত তেওঁ কয় যে ‘অন্য যিসমূহ জনগোষ্ঠীয় ৰজা আছে তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হৈছে যিহেতু, আমাৰ ৰজা-স্বৰ্গদেউসকলকো স্বীকৃতি দিবলৈ চৰকাৰ বাধ্য। সেয়েহে চৰকাৰী পৃষ্ঠপোষকতাত মটক ৰজা সৰ্বানন্দ সিংহৰ মৃত্যু বাৰ্ষিকীটো উদযাপন কৰিবৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd