• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ ৰাজ্যবাসীলৈ হোলীৰ শুভেচ্ছা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 28, 2018 7:04 pm

1 min read

Holi Celebration in Ghy
138
VIEWS
Share on FacebookShare on Twitter

হোলী উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালে আজি অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক বাৰ্তাত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘ আশা কৰো ৰঙৰ এই উৎসৱে আমাৰ সাতামপুৰুষীয়া সোহাৰ্দ্য, ভাতৃত্ববোধ আৰু অসমৰ সকলো লোকৰ মাজত থকা একতাৰ বান্ধোনক দৃঢ় কৰিব। আহক এই উপলক্ষে আমি সকলোৱে আমাৰ মাজত থকা পাৰ্থক্য সমূহক পাহৰি একতাৰ বাণী বিয়পাই ৰাজ্যখনক আৰু শক্তিশালী কৰি তুলো।’

সোণোৱালে লগতে কয় যে হোলীৰ উদযাপনে ৰাজ্যৰ সামাজিক তথা সাংস্কৃতিক ভেটিক আৰু দৃঢ় কৰি তুলিব।

আনহাতে হোলীৰ উপলক্ষে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কামৰূপ মহানগৰত ২ মাৰ্চৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। উক্ত দিনটোত জিলাখনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

 

 

Recent News

_89994403_ladies_special_bus_-4

বিশ্ব নাৰী দিৱসৰ দিনাই বৃহৎ ঘোষণা : ৰাজ্যজুৰি মহিলাৰ বাছ ভাৰা ৰেহাই দিব দেশৰ এখন ৰাজ্য চৰকাৰে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd