• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে মণিপুৰী তথ্যচিত্ৰ ‘ইমা সাৱিত্ৰী’য়ে

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , February 5, 2018 11:08 am

2 min read

Manipuri-documentary-570x320

মণিপুৰী তথ্যচিত্ৰ ইমা সাৱিত্ৰীৰ এটি দৃশ্য

125
VIEWS
Share on FacebookShare on Twitter

বডো খুৰাইজামে পৰিচলনা কৰা ‘ইমা সাৱিত্ৰী’ নামৰ মণিপুৰী তথ্যচিত্ৰখনে ১৫তম মুম্বাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিছে।

এইবাৰ যোৱা ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহোৎসৱখন দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। যোৱা ৩ ফেব্ৰুৱাৰীত মুম্বাইৰ নেশ্যনেল চেন্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ টাটা থিয়েটাৰত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।

এই বঁটাত এখন ৰূপৰ স্মাৰক, নগদ ৫ লাখ টকা, এখন প্ৰশংসা পত্ৰ আৰু প্ৰমাণ পত্ৰ আগবঢ়োৱা হয়। প্ৰশংসা পত্ৰখনত কোৱা হৈছে, ‘’নান্দনিক বৈচিত্ৰ্যতাৰে এগৰাকী মহান নাট্য অভিনেত্ৰীৰ নিজস্ব পৃথিৱীখনলৈ আমাক লৈ গৈছে।‘’

মণিপুৰী তথ্যচিত্ৰখনে নাটকৰ কিংবদন্তি শিল্পী সাৱিত্ৰীৰ জীৱন প্ৰতিফলিত কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ফিল্ম ডিভিজনে আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি বিদ্যাসাগৰ ৰাও।

এই বছৰ মহোৎসৱত বিশ্বৰ ৩৬ খন দেশৰ পৰা অভিলেখ সংখ্যক ৭৯০ খন ছবিয়ে যোগদান কৰিছিল। যোগদান কৰা মুঠ ছবিৰ পৰা ৪৩ খন ছবিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰিছিল।

ছবিখন মাছেক মংগল ফিল্মছৰ অধীনত গুৰুমায়ুম ৰনিতাই প্ৰযোজনা কৰিছে। চিনেমাটোগ্ৰাফী কৰিছে ইৰম মাইপাকে। সম্পাদনা কৰিছে শংখজিত বিশ্বাস আৰু সংগীত দিছে হেইছনাম টম্বাই।

এই ছবিখন গোৱাত অনুষ্ঠিত ভাৰতৰ  ৪৭ তম  আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পেনোৰামা শাখাত উদ্বোধনী ছবি আছিল।

২০১৬ চনত ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অকাহিনী ছবিৰ বঁটা লাভ কৰা ‘ইমা সাৱিত্ৰী’য়ে কাঠমাণ্ডুৰ ফিল্ম ছাউথ এছিয়া, লণ্ডনৰ উইমেন অফ দ্য লেনছ, কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰাছিয়াৰ কিনোপ্ৰবা আদিৰ দৰে বহু সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল।

Recent News

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd