• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত কংগ্ৰেছে এককভাৱে চৰকাৰ গঠন কৰিব : ভিনচেণ্ট এইছ পালা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2018 12:40 pm

1 min read

Former Union Minister Vincent Pala

ভিনচেণ্ট এইছ পালা

85
VIEWS
Share on FacebookShare on Twitter

আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত শাসকিয় কংগ্ৰেছ দলে এককভাৱে চৰকাৰ গঠন কৰিব বুলি নিশ্চয়তা প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভিনচেণ্ট এইছ পালায়ে।

শিলঙত সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত তেওঁ কয়, ‘আমি ৬০খন আসনৰ বাবে হ’ব লগীয়া নিৰ্বাচনটোত আটাকেইখন আসনৰ বাবেই নিজা প্ৰাৰ্থী আগবঢ়াইছো। পূৰ্বতে কংগ্ৰেছে একে মতৰ দল সমূহৰ সৈতে মিত্ৰটা কৰিছিল যদিও এইবাৰ দলটোৱে এককভাৱে চৰকাৰ গঠন কৰিব।’

শিলঙৰ পৰা দুবাৰকৈ লোকসভাৰ সাংসদ হোৱা পালায়ে আৰু কয়, ‘এতিয়ালৈকে আমি, চৰকাৰ গঠনৰ ক্ষেত্ৰত আন দলমূহৰ সমৰ্থন লাগিব বুলি ভবা নায়।’

নিৰ্বাচনটোত ৪৭ আসনৰ বাবে প্ৰতিদন্দিতা আগবঢ়োৱা বিজেপিয়ে দলটোৱে প্ৰাৰ্থী থিয় নকৰা বাকি সমষ্টি কেইটাত আঞ্চলিক দলসমূহৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি পালায়ে অভিযোগ কৰে।

আনহাতে মেঘালয়তো মণিপুৰৰ দৰে পৰিস্থিতি ঘটিব পাৰেনেকি বুলি সুধা প্ৰশ্নক অস্বীকাৰ কৰি পালায়ে কয়, ‘মণিপুৰত বিজেপিয়ে ১৪ৰ পৰা ১৬খন আসনত জয় লাভ কৰিছিল, কিন্তু মেঘালয়ত তেওঁলোকে এখন আসনটো জয়লাভ কৰিব নোৱাৰে। সেয়ে মেঘালয়ৰ পৰিস্থিতি সম্পুৰ্ণ বেলেগ হ’ব।’

 

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd