• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত পুনৰাম্ভ কৰা হ’ব কয়লাখনন; কয়লা মন্ত্ৰীৰে কনৰাড ছাংমাৰ বৈঠক

NE NOW NEWS এ
শ্বিলং , May 12, 2018 11:00 pm

1 min read

coal-minister-570x320
76
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই আজি কেন্দ্ৰীয় কয়লা মন্ত্ৰী পিযুষ গোয়েলক লগ ধৰি ৰাজ্যখনত বৰ্তমান বন্ধ হৈ থকা কয়লাখননৰ কাম পুনৰ আৰম্ভ কৰাৰ ওপৰত বৈঠকত মিলিত হয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি মতে মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰি মহাধিবক্তা অমিত কুমাৰৰ লগতো এক পৃথক আলোচনাত বহে।

উক্ত আলোচনাত কয়লা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব আৰু যুটীয়া সচিবকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত আছিল বুলি বিবৃতিটোৰ পৰা জানিব পৰা গৈছে।

মুখ্য মন্ত্ৰীয়ে জনোৱা মতে, ‘মেঘালয়ত কয়লা খনন পুনৰাম্ভ কৰাৰ আলোচনা সঠিক দিশত আগবাঢ়িছে। মন্ত্ৰ্যালয়ে আমাক এইক্ষেত্ৰত পৃথক প্ৰণালি অৱলম্বন কৰিবলৈ কৈছে। মন্ত্ৰ্যালয়ৰ এটা দলে শীঘ্ৰে ৰাজ্যখন ভ্ৰমণ কৰিব।‘

বৈথকখনক ফলপ্ৰসু বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মেঘালয়ত কয়লা খননৰ ওপৰত থকা নিষেধাজ্ঞা সমাধান কৰিবলৈ কেন্দ্ৰৰ ফালৰ পৰা সকলো সহায় সহযোগ আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে এই বিষয়ত মুখ্য মন্ত্ৰী গৰাকীয়ে যোৱা দুটা মাহত কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ সৈতে তিনিবাৰ বৈঠকত বহিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd