• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

মেঘালয়ত ২২.৭৫ কোটি টকাৰ ইণ্ড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 29, 2017 4:55 pm

1 min read

মেঘালয়ত ২২.৭৫ কোটি টকাৰ ইণ্ড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন
77
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ নগৰ পৰিক্ৰমা তথা কলা আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী ৰনী ভি লিংড’ই  মাউবিনা গাঁৱৰ পমলাক্ৰাইত এটা ইণ্ড’ৰ ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙৰ পৰা ১৬ কি. মি. দূৰত্বত অৱস্থিত ষ্টেডিয়ামটোৰ নিৰ্মাণত ২২.৭৫ কোটি টকা খৰছ হ’ব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাৰ উদ্যোগত ইণ্ড’ৰ ষ্টেডিয়ামখনক উক্ত  স্থানত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। মেঘালয়ত অনুষ্ঠিত হ’ব লগীয়া ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ উদেশ্যে ই এক সবল আৰম্ভণি।

উত্তৰ-পূৱ পৰিষদ আৰু মেঘালয় চৰকাৰৰ যুটীয়া উদ্যোগৰ অধীনত নিৰ্মাণ হ’ব লগীয়া উক্ত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠোতে ২ বছৰ সময় লাগিব। আনহাতে ২১০০ বৰ্গ মিটাৰ এলেকা সামৰি লোৱা ষ্টেডিয়ামখনত  ১৭০০ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব।

আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ সঞ্চালক মেতচীওডৰ ৱাৰ নঙব্ৰীয়ে কয় যে ভূমিকম্পৰ পৰিমাত্ৰাৰ কথা মনত ৰাখি  নিৰ্মাণ কৰিবলৈ লোৱা ইণ্ড’ৰ ষ্টেডিয়ামখনত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যাব।

 

 

 

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd