• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মেঘালয়ৰ নামত উৎসৰ্গিত পৃথিৱীৰ নৱতম ভূতাত্বিক যুগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2018 6:35 pm
earth-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সকলোৰে বাবে অতি গৰ্বৰ বিষয়ে যে আমি পৃথিৱীবাসীয়ে বিগত ৪,২০০ বছৰ ধৰি  ‘মেঘালয়ান যুগ’ত বাস কৰি আহিছো। এই যুগটোই হৈছে পৃথিৱীৰ ভূতাত্বিক ইতিহাসৰ নবতম অধ্যায়।

‘ইণ্ডিপেণ্ডেণ্ট’ত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, ৪,২০০ বছৰৰ পূৰ্বৰ পৰা এতিয়ালৈকে বিস্তৃত এই যুগটোক আনুষ্ঠানিকভাৱে ‘মেঘালয়ান যুগ’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

Apply Now

ভূতাত্বিকসকলে পৃথিৱীৰ এটা নতুন ইতিহাস ৰচনা কৰিছে আৰু এই যুগটোক ‘মেঘালয়ান যুগ’ নাম দিছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মেঘালয়ৰ এটা গুহাত ৪,২০০ বছৰ পূৰ্বৰ ষ্টেলাগমাইট শিল আৱিষ্কাৰ হোৱাৰ পাছত (গ্ৰীক শব্দ ষ্টেলাগমাইট শব্দই নিগৰা বুজায়। এই ক্ষেত্ৰত কোনো গুহাৰ ওপৰৰৰ পৰা খনিজ পদাৰ্থ মিহলি পানী নিগৰি নিগৰি আহাৰ সময়ত পানী বাষ্পীভূত হোৱাৰ পাছত ৰৈ যোৱা খনিজ পদাৰ্থ জমি কালক্ৰমত গুহাৰ মজিয়াত বিভিন্ন আকাৰৰ শিলৰ সৃষ্টি হয়) ভূতাত্বিকসকলে এই যুগটোৰ নাম ‘মেঘালয়ান যুগ’ দিছে।

উল্লেখ্য যে মেঘালয়ৰ সেই গুহাত ষ্টেলাগমাইট গঠনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে।

এই যুগটোৰ আৰম্ভ হৈছে ইজিপ্তৰ পৰা চীনলৈকে বিয়পা প্ৰাচীন সভ্যতাসমূহত দেখা দিয়া সৰ্বগ্ৰাসী খৰাঙৰ পৰা। এই যুগটো হৈছে প্ৰায় ১২,০০০ৰ পৰা ১১,৫০০ বছৰৰ পূৰ্বে পৃথিৱীত আৰম্ভ হোৱা হোলোচেন কালৰ (Holocene Epoch) শেহতীয়া অংশ।

megh-300x200

‘মেঘালয়ান যুগ’ৰ এটা একক বৈশিষ্ট হৈছে এই যুগতেই জলবায়ু পৰিৱৰ্তনৰ সৈতে তাল মিলাই মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক ঘটনাসমূহ যেনে কৃষিৰ আৱিষ্কাৰ আৰু বিকাশ হৈছিল।

‘ইণ্ডিপেণ্ডেণ্ট’ৰ প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ‘ইণ্টাৰনেশ্যনেল কমিশ্যন ফ’ৰ ষ্ট্ৰেটিগ্ৰাফি’ৰ (ষ্ট্ৰেটিগ্ৰাফি হৈছে শিলৰ তৰপ অধ্যয়ন কৰা ভূতত্ব বিজ্ঞানৰ এটা শাখা) চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এখন সভাত এই নতুন যুগটোৰ কথা ঘোষণা কৰা হৈছে। এতিয়াৰে পৰা এই যুগটো পৃথিৱীৰ ভূত্বাত্বিক অতীতৰ বিষয়ে দেখুওৱা সকলো আনুষ্ঠানিক তালিকাত  তালিকাভুক্ত থাকিব।

উল্লেখ্য যে ষ্টেলাকটাইটছ (গুহাৰ চালৰ ক্ৰমে ক্ৰমে মজিয়ালৈ বাঢ়ি অহা শিল) আৰু ষ্টেলাগমাইটছত  (গুহাৰ মজিয়াত জমি গঠন হোৱা  হোৱা শিল) পোৱা বিশেষ ৰাসায়নিক স্বাক্ষৰসমূহৰ বাবে সাত বছৰ পূৰ্বেই ‘মেঘালয়ান যুগ’ ধাৰণাটোৰ প্ৰথম প্ৰস্তাৱ দিয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd