DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ নিৰ্বাচন : বৰদিনৰ পিছতে প্ৰকাশ পাব কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 5:20 pm
চিকিৎসকৰ চাকৰিৰ নিযুক্তিত বয়সৰ সীমা দহ বছৰলৈ বৃদ্ধি কৰিলে মেঘালয় চৰকাৰে
77
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে অহা বছৰৰ প্ৰথম ভাগতে ৰাজ্যখনত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বৰদিনৰ পিছতে দুটা পৰ্য্যায়ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ কথা। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই এই ইংগিত দিয়ে।

‘আমি খুব সোনকালেই এইটো কৰিব বিচাৰো। কিন্তু বৰদিনৰ পিছতহে কৰিম। আমি হয়তো দুটা পৰ্য্যায়ত নাম বিলাক ঘোষণা কৰিম।’ মুখ্য মন্ত্ৰীজনে কয়। কোৱা উচিত হ’ব যে মুকুল চাংমাই দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে। তেওঁৰ গৃহ সমষ্টি আমপটিগিৰিৰ লগতে চংচাক সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা। চংচাক সমষ্টিক বৰ্তমান এন পি পিৰ নিহিম ডি শ্বিৰাই প্ৰতিনিধিত্ব কৰি আছে। এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে কংগ্ৰেছে ৬০ জনীয়া বিধানসভা সমষ্টিৰ আটাইকেইটাতে প্ৰাৰ্থী দিব। মুকুল চাংমাৰ মতে বিসম্বাদী কংগ্ৰেছ বিধায়কসকলে প্ৰতিনিধিত্ব কৰি থকা সমষ্টিকেইটাত প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী দিবলৈ দলৰ কৰ্মী-সমৰ্থকৰ পৰা হেঁচা আহি আছে। তেওঁ দাবী কৰে যে কংগ্ৰেছে প্ৰতিশ্ৰুতিসম্পন্ন নেতাৰ পৰা প্ৰস্তাৱ পাই আছে। এওঁলোক কংগ্ৰেছ দলত যোগদান কৰিবলৈ আগ্ৰহী আৰু নিজকে সম্ভাব্য প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে। ই ভৱিষ্যতৰ বাবে এক সুকীয়া মাপকাঠীস্বৰূপ হ’ব, কাৰণ ই মানুহৰ বাবে কাম কৰিব খোজা লোকৰ মাজত এক উৎসাহৰ জন্ম দিব। এইদৰে কয় মুখ্য মন্ত্ৰীজনে।

আনহাতে জানিব পৰা মতে বিসম্বাদী কংগ্ৰেছী বিধায়ক প্ৰেষ্ট’ন টাইছংগে প্ৰতিনিধিত্ব কৰি থকা পিনুৰচলা বিধানসভা সমষ্টিৰ পৰা দলে এইবাৰ আন এজনক টিকট দিয়াটো প্ৰায় নিশ্চিত হৈছে। তেওঁ হ’ল চিকিৎসক ড০ জে লিংডো।

Recent News

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd