DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ পৰলোক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 12:39 am
মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ পৰলোক
90
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ আজি নতুন দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। চিকিৎসালয়খনত তেওঁক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ তথা শ্বাস-প্ৰশ্বাসজনিত কষ্টৰ বাবে ভৰ্তি কৰোৱা হৈছিল। মৃত বানৱাৰী লাল যোশীৰ জন্ম হৈছিল ৰাজস্থানৰ এখন সৰু গাৱঁত আৰু তেওঁ প্ৰথমে ৰাজস্থান আৰক্ষী সেৱাৰ চাকৰি কৰিছিল। পিছত কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰি কৰিবলৈ লয়। ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছামূলকভাৱে চাকৰি এৰি তেওঁ সমাজ সেৱাৰ কামতো ব্ৰতী হৈছিল। তেওঁ মেঘালয়ৰ উপৰি উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশৰো ৰাজ্যপাল হিচাপে দায়িত্ব লৈছিল। মেঘালয়ত তেওঁ ২০০৭ চনত ৰাজ্যপাল হিচাপে যোগদান কৰিছিল। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হৈ থকা অৱস্থাতে মোদীৰ চৰকাৰ অহাৰ পিছতে তেওঁ ২০১৪ চনত সেই পদৰ পৰা পদত্যাগ কৰিছিল।

ৰাজ্যপালৰ উপৰি যোশীয়ে কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰতো কাম কৰিছিল আৰু ইচলামাবাদ আৰু লণ্ডনত উচ্চায়ুক্ত হিচাপেও নিযুক্ত আছিল। ৱাশ্বিংটন ডি চিৰ ভাৰতীয় দূতাৱাসতো তেওঁ চাকৰি কৰিছিল। তেওঁ সমাজ সেৱাত বিশেষ আগ্ৰহ আছিল আৰু বহুতো সমাজসেৱী সংগঠন তথা ব্যক্তিৰ সৈতে সুসম্পৰ্ক ৰাখিছিল।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd