• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মেঘালয়ৰ মাওফলাং বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিণ্টাৰ ছানৰ য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , May 29, 2018 3:28 pm

1 min read

meghalaya indepwendent mla sunn
102
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে মেঘালয়ৰ মাওফলাং বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিণ্টাৰ ক্লাছ ছানে আনুষ্ঠানিকভাৱে য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টিত চমুকৈ য়ু ডি পিত  যোগদান কৰিছে।

বিধায়ক ছান য়ু ডি পি দলটোৰ সহযোগী সদস্য হৈ পৰাত ৬০খন আসন বিশিষ্ট মেঘালয় বিধানসভা সমষ্টিত য়ু পি এৰ আসনৰ ৬খনৰ পৰা ৭খলৈ বৃদ্ধি পালে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিধায়ক ছান শাসনাধিষ্ঠ এম ডি এ কিংবা বিৰোধী কংগ্ৰেছ, কোনোটোৰে অংশ হিচাপে পৰিগণিত হোৱা নাছিল।

ছানে য়ু ডি পিত অংশগ্ৰহণ কৰাৰ পূৰ্বে এন পি পিৰ নেতৃত্বাধীন এম ডি এ চৰকাৰত মুঠ ৩৭ গৰাকী বিধায়ক আছিল। এতিয়া ছানে অংশগ্ৰহণৰ পাছত শাসনাধিষ্ঠ এম ডি এৰ  মিত্ৰজোঁটটোত বিধায়কৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পালে।

ছানক য়ু ডি পিৰ সভাপতি আৰু বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ে দললৈ আদৰণি জনায়।

উল্লেখ্য যে এম ডি এ চৰকাৰ ছটা দলেৰে গঠিত। ২০ গৰাকী বিধায়কেৰে ইয়াৰ নেতৃত্বত আছে  এন পি পি দল। অন্যন্য দলসমূহ হৈছে  য়ু ডি পি (৬+১ সহযোগী সদস্যৰে), পীপ্‌ল’ছ ডেমক্ৰেটিক ফ্ৰণ্ট (৪), ভাৰতীয় জনতা পাৰ্টি (২), হীল ষ্টেইট পীপ্‌ল’ছ ডেমক্ৰেটিক পাৰ্টি (২),  এন চি পি (১) আৰু নিৰ্দলীয় (২)।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd