• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মেঘালয়ৰ মুখ্য মন্ত্ৰীক ফ’ৰেইন লেংগুৱেজ ইউনিভাৰছিটিৰ উপাচাৰ্যৰ সাক্ষাৎ

NE NOW NEWS এন ই নাও নিউজ
চিলং , March 29, 2018 3:53 pm

1 min read

meghalaya
74
VIEWS
Share on FacebookShare on Twitter

ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুৰেশ কুমাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰি বিশ্ববিদ্যালয়খন মেঘালয়ৰ শিক্ষাৰ্থীৰ বাবে উপলব্ধ কৰোৱাৰ বাবে মন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপ সন্দৰ্ভত আলোচনা কৰে।

অধ্যাপক কুমাৰে কয় যে চিলঙত থকা বিশ্ববিদ্যালয়খনৰ চৌহদত অত্যন্ত কম শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে বাবে ইয়াৰ চৌহদটোৰ অধিকতম ব্যৱহাৰ কৰা নহয়।

মেঘালয়ৰ শিক্ষকসকলৰ বাবে এই বিশ্ববিদ্যালয়খনত প্ৰশিক্ষণ আৰু অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ কৰাৰ বিষয়ত উপাচাৰ্যগৰাকীয়ে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰে।মুখ্য মন্ত্ৰীয়ে এই বিষয়ত তেওঁৰ আগ্ৰহ প্ৰকাশ কৰে আৰু শিক্ষক প্ৰশিক্ষণৰ বিষয়টো তেওঁ বিৱেচনা কৰাৰ আশ্বাস দিয়ে।

মুখ্য মন্ত্ৰীয়ে এই অঞ্চলটোৰ শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ জাপানী আৰু মাণ্ডাৰিন ভাষা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে উপাচাৰ্যগৰাকীক উপদেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে যদিহে বিশ্ববিদ্যালয়ৰ চিলং চৌহদত এই বিদেশী ভাষাকেইটা উপলব্ধ কৰোৱা হয় তেন্তে শিক্ষাৰ্থীসকলে ইয়াৰ সুবিধা ল’ব পাৰিব।

মুখ্য মন্ত্ৰীজনে কয় যে মেঘালয় চৰকাৰে জাপানৰ কোম্পানীসমূহৰ সৈতে বিভিন্ন প্ৰকল্পৰ কাম হাতত লোৱা হেতুকে ৰাজ্যখনৰ যুৱচামে জাপানী ভাষাটো শিকি ল’লে তেওঁলোকৰ সুবিধা হ’ব।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd