DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয় কংগ্ৰেছৰ সভাপতি হিচাপে চেলেষ্টাইন লিংডোক নিযুক্তি দিলে ৰাহুল গান্ধীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 9:06 am
মেঘালয় কংগ্ৰেছৰ সভাপতি হিচাপে চেলেষ্টাইন লিংডোক নিযুক্তি দিলে ৰাহুল গান্ধীয়ে
86
VIEWS
Share on FacebookShare on Twitter

মেঘালয় বিধানসভাৰ পৰা পাঁচগৰাকী কংগ্ৰেছ বিধায়কে পদত্যাগ কৰি এনডিএৰ সহযোগী এনপিপিত যোগদান কৰাৰ প্ৰস্তুতি চলোৱাৰ এদিন পিছতে দলৰ সভাপতি ৰাহুল গান্ধীয়ে মেঘালয় কংগ্ৰেছৰ পূৰ্বৰ মুৰব্বী ডি ডি লাপাঙক অঁতৰাই চেলেষ্টাইন লিংডোক নিযুক্তি দিছে।

মুখ্যমন্ত্ৰী মুকুল চাংমাৰ ঘণিষ্ঠ লিংডো চাংমাৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী। লাপাং ৰাজ্যিক কংগ্ৰেছৰ উপদেষ্টা হিচাপে থাকিব। ৰাহুল গান্ধীয়ে ভিনচেন্ট এইচ পালাক মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে।

নতুন বছৰৰ প্ৰথম ভাগতে মেঘালয়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। পালাই লিংডোৰ অধীনত ১৩ জনীয়া সদস্যৰ প্ৰদেশ নিৰ্বাচনী সমিতি গঠন কৰিব। এই সমিতিৰ সদস্য হিচাপে থাকিব মুখ্যমন্ত্ৰী মুকুল চাংমাও।

মেঘালয় কংগ্ৰেছৰ বাবে সংকট ঘণীভূত কৰি দলৰ ৫ গৰাকী বিধায়ককে ধৰি ৮ গৰাকী বিধায়কে বিধানসভাৰ পৰা পদত্যাগ কৰি এনডিএৰ সমৰ্থিত নেশ্যনেল পিপ’লছ পাৰ্টিত যোগদানৰ বাবে সাজু হৈছে। এই পদত্যাগৰ পিছত ৬০ জনীয়া মেঘালয় বিধানসভাত কংগ্ৰেছ সদস্যৰ সংখ্যা ২৪ জনলৈ হ্ৰাস পালে।

ৰাহুল গান্ধীয়ে লগতে নাগালেণ্ডত হ’বলগীয়া আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ এখন নিৰ্বাচনী সমিতি, প্ৰচাৰ সমিতি আৰু মিডিয়া সমিতি গঠন কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে এক বিবৃতিত এই কথা উল্লেখ কৰিছে।

 

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd