• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয় বিধানসভাৰ আঠজন বিধায়কে অহা শুকুৰবাৰে পদত্যাগ কৰিব

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 28, 2017 8:19 pm

2 min read

106
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়ৰ ৰাজনৈতিক পৰিৱেশক নতুন মোৰ দি পাঁচজন কংগ্ৰেছ বিধায়ককে ধৰি মুঠ আঠজন বিধায়কে মেঘালয় বিধানসভাৰ পৰা অহা শুকুৰবাৰে পদত্যাগ কৰিব। তেওঁলোকে এন পি পি (নেশ্যনেল পীপলছ পাৰ্টি) দলত  যোগাদান কৰাৰ বাট মুকলি কৰিবৰ বাবেই এই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি এটা সূত্ৰই কয়। অৱশ্যে তেওঁলোকে এন পি পিত যোগদান পূৰ্বে নিশ্চিত কৰিছিল। ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ ৰ’ৱেল লিংডো (মাওকিৰৱাট সমষ্টি), প্ৰে’ষ্টন টাইচং (পিনাৰ্ছলা সমষ্টি), স্নিয়াভলাং ধাৰ (নাৰ্টিয়াং আঁচনি), গেইটলাং ধাৰ (উমৰৈ সমষ্টি), কমিংগোন য়ামবোন (ৰালিয়াং সমষ্টি) আৰু নিৰ্দলীয় ষ্টিফেনশ্যন মুখিম (আমলাৰেম সমষ্টি) আৰু হ’পফুল বেমন ছুটংগা-ছাইপুং সমষ্টি) আৰু য়ু ডি পিৰ ৰেমিংটন পিংগ্ৰ’প (মাওকিনৰিউ সমষ্টি)।

ৰালিয়াং সমষ্টিৰ কমিংগোন য়ামবোনে বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে তেওঁ আন সাতজন বিধায়কৰ সৈতে পদত্যাগ পত্ৰ অধ্যক্ষ এ টি মণ্ডলক কাইলৈ পুৱা ১১ বজাত দাখিল কৰিব। অহা ৪ জানুৱাৰিত হ’ব লগা এক বৃহৎ সমাৱেশত তেওঁলোকে নতুন দলটোত যোগদান কৰাৰ কথা।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মৌছিনৰাম বিধানসভা সমষ্টিৰ নিলম্বিত কংগ্ৰেছী বিধায়ক পি এন ছিয়ামে বিধানসভাৰ পৰা পদত্যাগ কৰি  পি ডি এফ (পীপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট)ত যোগদান কৰিছিল।

এইখিনিতে ক’ব পাৰি যে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈ বিসম্বাদ প্ৰদৰ্শন কৰা বিধায়কসকলে এইবাৰ দলটোৰ পৰা টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নতুন ৰাজনৈতিক বিকল্পৰ সন্ধানত আছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ত্যাগ কৰা বেছিভাগ বিধায়কে পি এ চাংমাৰ নেতৃত্বত জন্ম লাভ কৰা এন পি পি যোগদান কৰিছে। এন পি পি  হ’ল বিজেপিৰ এটা মিত্ৰ দল।

Recent News

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd