DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ৫৭জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 10:12 pm
মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমা

মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমা

81
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে আজি ৬০ জনীয়া মেঘালয় বিধানসভা নিৰ্বাচনত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া ৫৭জন প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰে। বৰ্তমাৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

তালিকাখন আজি নতুন দিল্লীত ঘোষণা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ দায়িত্বত থকা অস্কাৰ ফাৰ্নাণ্ডেজে।

উল্লেখযোগ্য যে তালিকাখনত তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। প্ৰাৰ্থীৰ নাম ঘোষণা নকৰা সমষ্টিকেইটা হৈছে- পূব জয়ন্তীয়া পাহাৰৰ খেলেইৰিয়াত আৰু শ্বিলং চহৰৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শ্বিলং আৰু পিনথোৰুমখ্ৰা। ইয়াৰে পিনথোৰুমখ্ৰা সমষ্টিটোৰ পৰা দলটোৰ হৈ যোৱা নিৰ্বাচনত জয়ী হৈছিল এ এল হেক, যিজনে এতিয়া বিজেপিত যোগদান কৰিলে।

আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাই তেওঁৰ গৃহ সমষ্টি আমপাতিৰ লগতে বিৰোধী দল এন পি পিৰ বিধায়ক নিহিম ডি শিৰাই প্ৰতিনিধিত্ব কৰি থকা ছংচাক সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব।

তালিকাখনত মুখ ছগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে।

Recent News

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Rahul Gandhi

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

আমি কিমান সুখী? বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড; ভাৰতৰ স্থান বাংলাদেশৰ পিছত!

আমি কিমান সুখী? বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড; ভাৰতৰ স্থান বাংলাদেশৰ পিছত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd