DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্ৰিকত নিৰাশাজনক প্ৰদৰ্শন কৰা ওদালগুৰি জিলাৰ শিক্ষকসকলৰ লগত প্ৰশাসনৰ পৰ্যালোচনা সভা

চাজিদ খান by চাজিদ খান
June 12, 2018 11:11 am
udalguri-review-exam-266x200
106
VIEWS
Share on FacebookShare on Twitter

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাই ৰাজ্যৰ ভিতৰতে অতি শোচনীয় তথা নিৰাশাজনক প্ৰদৰ্শন কৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি সোমবাৰে ওদালগুৰি জিলা প্ৰশাসনে উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শিক্ষকসকলৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে।

ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত আগন্তুক সময়ত কেনেদৰে জিলাখনৰ ফলাফল উন্নত কৰিব পৰা যাব সেই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰা হয়।

বৈঠকত জিলাৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰ জ্যোতি মন্ত, একাডেমিক কাউন্সিলৰ সচিব গণেশ মুছাহাৰী, প্ৰধান শিক্ষক, অধ্যক্ষৰ লগতে ৮১ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিনিধি উপস্থিত আছিল।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পূব পানেৰী হাইস্কুল আৰু মেছেকা পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে বিদ্যালয় দুখনৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিষয়টোত দায়সৰা মন্তব্য কৰাত উপায়ুক্ত দাস আৰু অতিৰিক্ত উপায়ুক্ত মন্তই গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ভৱিষ্যতে বিদ্যালয় দুখনৰ পৰা যাতে এশ শতাংশই উত্তীৰ্ণ হয় তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’বলৈহে উপায়ুক্ত দাসে শিক্ষকসকলক আহ্বান জনায়।

ইয়াৰ উপৰি জিলাখনৰ সকলো বিদ্যালয়তে প্ৰশাসনে চোকা নজৰ ৰাখিব বুলি কোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি উপায়ুক্তগৰাকীয়ে শিক্ষকসকলক আস্বাস প্ৰদান কৰে।

Recent News

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Assam Career

Assam Career : নগাঁও জি.এন.ডি. জি. কমাৰ্চ কলেজত কনিষ্ঠ সহায়ক আৰু পুথিভঁৰাল সহায়কৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd