• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰাণৰ বিদ্যালয়ত নাবালিকা ছাত্ৰীক ‘নিৰ্য্যাতন’ শিক্ষকৰ; অভিযুক্তক গ্ৰেপ্তাৰ

NE NOW NEWS অভীক চক্ৰবৰ্তী
ডিব্ৰুগড় , May 19, 2018 7:29 pm

1 min read

minor girl harrased
65
VIEWS
Share on FacebookShare on Twitter

মৰাণ ( Moran )ৰ নেহৰু হিন্দী বিদ্যালয়ৰ শুভ নাৰায়ন নামৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক বিদ্যালয়ত নিৰ্য্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি ঘটনাটো কাৰোবাক জনালে ছাত্ৰীগৰাকীৰ মাক-দেউতাকক জে’ললৈ পঠাব বুলি শিক্ষকজনে ভাবুকি দিছিল।

ঘটনাটো যোৱা ১৫ মে’তে ঘটিছিল যদিও ভয় খোৱা নাবালিকাগৰাকীয়ে ১৮ মে’তহে দেউতাকক জনোৱাত ঘটনাটো পোহৰলৈ আহে। কিন্তু শুকুৰবাৰে ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকসকল আহি বিদ্যালয়তে শিক্ষকজনক মাৰপিট কৰে।

আৰক্ষী আহি অভিযুক্তজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিয়ে। ইতিমধ্যে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ অভিভাৱকে এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ সূত্ৰ মতে ‘মঙলবাৰে আবেলি খোৱাপানী আনিবলৈ আন ছাত্ৰীৰ সৈতে ছাত্ৰীগৰাকীও গৈছিল। শিক্ষকজনে বাকী ছাত্ৰীসকলক যাবলৈ কৈ ছাত্ৰীগৰাকীক নিৰ্য্যাতন কৰে।’

Recent News

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd