• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমছুৰ অভিযোগ : মৰিগাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ মন্ত্ৰীয়ে আত্মসাৎ কৰিছে চৰকাৰী ধন

জহিৰুল ইছলাম by জহিৰুল ইছলাম
June 27, 2018 11:31 am
biswanath-ghat-erosion-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

189
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তুলসীবড়িত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তুলসীবড়িত অব্যাহত থকা প্রবল গৰাখহনীয়া ৰোধ কৰাত প্ৰশাসন ব্যৰ্থ হোৱাত সম্পূৰ্ণৰূপে জাহ গ’ল বিদ্যালয়, মছজিদ আৰু মাদ্ৰাছা।

যোৱা কিছুদিন ধৰি তুলসীবড়ি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই এফালৰ পৰা নিশ্চিহ্ন কৰিছে মানুহৰ ঘৰ-দুৱাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াত গৃহহীন হৈছে তুলসীবড়ি অঞ্চলৰ কেইবাশ পৰিয়াল। বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হোৱা তুলসীবড়িত গৃহহীন পৰিয়ালসমুহে এতিয়া খাদ্য আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগে খহনীয়া ৰোধ কৰাৰ বাবে তৎকালীনভাৱে জিঅ’ বেগ লান্সিঙৰ ব্যৱস্থা কৰিছে যদিও প্ৰশাসনৰ কাম-কাজক লৈ নৈপৰীয়া ৰাইজ মুঠেও  সন্তুষ্ট নহয়।

ইপিনে মঙলবাৰে বিয়লি খহনীয়া অঞ্চল পৰিদৰ্শন কৰে আমছুৰ নেতৃবৃন্দই। পৰিস্থিতিৰ বুজ লৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে অনতিপলমে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ উপৰি খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে।

স্মৰ্তব্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা বিভাগীয় বিষয়াই গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধন নিজৰ জেপত ভৰোৱা বুলিও গুৰুতৰ  অভিযোগ তোলে আমছুৰ নেতাগৰাকীয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd