DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰেল পুলিচ : ৰংজুলিত অব্যাহত আছে আৰক্ষীৰ অভিযান

নীলমনি শর্মা by নীলমনি শর্মা
June 23, 2018 8:22 am
Moral-policing-570x320
436
VIEWS
Share on FacebookShare on Twitter

ৰংজুলি আৰক্ষী থানাৰ  অন্তৰ্গত পুখুৰীপাৰাত এহাল যুৱক যুৱতীক নিৰ্মমভাৱে নিৰ্যাতন চলোৱা মৰেল পুলিচৰ বিৰুদ্ধে ৰংজুলি আৰক্ষীৰ অভিযান অব্যাহত আছেl

সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰা পুখুৰীপাৰাৰ এই জঘন্য ঘটনাটোৰ পিছত ৰংজুলি আৰক্ষীয়ে ইতিমধ্যে  Case no: 73/18. মৰ্মে Section No :120 B/143/342/325/354 B নং LPCৰ অধীনত গোচৰ ৰুজু কৰি অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কুৰবান আলী আৰু জোনাৱ আলী নামৰ দুজন মৰেল পুলিচক গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে আন এজন অপৰাধী আৰক্ষীৰ জালত পৰিছেl

আৰক্ষীৰ হাতত ধৃত লোক জনক পুখুৰীপাৰাৰ ৰফিজুদ্দিন শেখ (১৯)বুলি জানিব পৰা গৈছে। ঘটনাটো সন্দৰ্ভত এতিয়ালৈ তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে l

ঘটনাটোত জড়িত আন অপৰাধীসকল পলাই আছে যদিও তেওঁলোকক কৰায়ত্ব কৰাৰ বাবে অভিযান চলি থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে l

উল্লেখোগ যে কেইদিনমান পূৰ্বে কিছুমান লোকে এহাল যুৱক-যুৱতীক  নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াত যুৱক এজনে এগৰাকী যুৱতীক বাঁহৰ লাঠিৰে নিৰ্মম প্ৰহাৰ কৰা দেখা গৈছিল। ঘটনাটো সংঘটিত হৈ থকা সময়ত ভালেকেইগৰাকী লোকে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি থকা দেখা গৈছিল।

 

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd