• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , December 17, 2017 9:51 am

2 min read

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

মনিপুৰী মুখ্যমন্ত্ৰী এন বীৰেণ সিং

75
VIEWS
Share on FacebookShare on Twitter

১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ ফলত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিক সকলক বিজয় দিৱস উপলক্ষে শনিবাৰে ভাৰতবৰ্ষৰ লগতে মণিপুৰ বাসীয়েও শ্ৰদ্ধাৰে সোঁৱৰে। বেনকুৱেট হলত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙ, ডেপুটি মুখ্য মন্ত্ৰী ওৱাই জয়কুমাৰ সিঙ আৰু মণিপুৰৰ প্ৰথম বেটেলিয়ন ৰাইফলছৰ উপস্থিতিত  শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত মণিপুৰ বাসীক সংগবদ্ধ ভাবে নিজৰ দেশ ৰক্ষাৰ স্বাৰ্থত নিজকে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। ‘যিকোনো সময়তে আমি নিজকে দেশৰ ঐক্যৰ হকে বলিদান দিবলৈ সাজু থাকিব লাগে’ বুলিও মন্তব্য কৰে। লগতে ভাষণ প্ৰসংগত কয় যদিহে ৰাষ্ট্ৰৰ সকলো নাগৰিকে একতা বজাই ৰাখে তেনেহলে দেশ তথা ৰাজ্যৰ যিকোনো সমস্যা অনায়াসে সমাধান কৰিব পৰা যায়। প্ৰৰোচনা মূলক কাৰ্য এৰাই চলাৰ উপৰি ৰাইজে সম অধিকাৰ সমূহ বজাই ৰাখিলে হে দেশৰ ঐক্য সংহতি বিঘ্নিত নহয়।

ৰাজ্যখনৰ শান্তি-শৃংখলা তথা চৰকাৰী কাৰ্যকাল নিয়াৰিকৈ  চলাই যোৱাত বৰ্তমান চৰকাৰ খন বদ্ধপৰিকৰ। এই সমূহ কাৰক বাহাল ৰাখিবলৈ মুখ্য মন্ত্ৰীজনে সকলো ৰাইজ তথা প্ৰশাসনক কাতৰ অনুৰোধ জনায়। আনহাতে ডেপুটি মুখ্য মন্ত্ৰীজনেও ১৯৭১ চনৰ যুদ্ধৰ কথা সুৱঁৰি  সৈনিক সকলক শ্ৰদ্ধাৰে সোৱঁৰে। এই যুদ্ধত ভাৰত জয়ী হোৱাৰ পিছত ভাৰত-পাকিস্তান সীমান্তত শান্তি-শৃংখলা ঘুৰি অহা বুলিও মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত মন্ত্ৰী-বিধায়কৰ উপৰি পুলিচ প্ৰশাসনৰ বিভিন্ন বিষয়া উপস্থিত থাকে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd