• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱচামক চাকৰীপ্ৰাৰ্থীৰ পৰিৱৰ্তে উদ্যোগী হ’বলৈ আহ্বান সাংসদ ৰমেন ডেকাৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 25, 2018 9:17 pm
MP , Mangaldai Loksabha Ramen Deka is seen addressing the workshop
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই ৰাজ্যখনৰ যুৱচামক চাকৰীপ্ৰাৰ্থী নহৈ চাকৰী সৃষ্টিকৰ্তা  হ’বলৈ আহ্বান জনাইছে। তেওঁ যুৱচামক ব্যৱসায়ৰ নতুন পদ্ধতি উদ্ভাৱন কৰাৰ বাবে আহ্বান জনাই এই বুলি কৈছে যে ইতিবাচক চিন্তাৰ অবিহনে মানুহে সৃষ্টিশীলতা বা নতুন চিন্তাৰ বিকাশ কৰিব নোৱাৰে।

বুধবাৰে আবেলি ভাৰত চৰকাৰৰ অনুবিদ্যুৎ বিজ্ঞান (Electronics) আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মঙলদৈত ভাৰতীয় ছফ্‌টৱেৰ টেকনোলজি পাৰ্কৰ গুৱাহাটী শাখাই  নতুনকৈ মুকলি কৰা বিজিনেছ প্ৰচেছিং আউটছোৰ্ছিং আঁচনিৰ এখন কৰ্মশালাত ভাষণ দি সাংসদ ডেকাই এইদৰে কয়।

Apply Now

কেনেদৰে এগৰাকী যুৱকে কম শিক্ষাগত অৰ্হতা সত্তেও কেবল নিজৰ উদ্ভাৱনী ক্ষমতাৰ দ্বাৰা সফল উদ্যোগী হ’ব পাৰে তাৰে কেইটামান উদাহৰণ ডাঙি ধৰি সাংসদগৰাকীয়ে ভাৰত চৰকাৰৰ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি এগৰাকী সফল উদ্যোগী হৈ নিজৰ বাবে উপাৰ্জন কৰাৰ উপৰিও আন নিবনুৱা যুৱকৰ বাবে কৰ্ম সংস্থান সৃষ্টি কৰাৰ বাবে আহ্বান জনায়।

তাৰোপৰি, “উচ্চাকাংক্ষা জিলা’’ প্ৰকল্প আৰু প্ৰস্তাৱিত ৰেচম নগৰ মঙলদৈ প্ৰকল্পৰ বাবে সাম্ভাব্য নিয়োগৰ সুবিধাৰ কথা মনত ৰাখি তেওঁ এনেধৰণৰ কৰ্মশালা অদূৰ ভৱিষ্যতে আৰু অধিক সংখ্যাত আয়োজন কৰাৰ ওপৰত জোৰ দিয়ে।

অনুষ্ঠানত ভাষণ দি উত্তৰ-পূব তথ্য প্ৰযুক্তি সংস্থাৰ (North East Information Technology Association) সম্পাদক তথা আগশাৰিৰ উদ্যোগী মণিকংকণ বৰুৱাই মঙলদৈত ভৱিষ্যতে প্ৰৱল সম্ভৱনা থকা বিভিন্ন বাণিজ্যিক ধাৰণাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীস্থ ভাৰতীয় ছফ্‌টৱেৰ টেকনোলজি পাৰ্কৰ সঞ্চালক প্ৰবীৰ কুমাৰ দাসে এই কৰ্মশালাখনৰ গুৰুত্ব ব্যাখ্যা কৰিছিল। কৰ্মশালাখনৰ মূল বিষয়বস্তুৰ ওপৰত এটা পাৱাৰ-পইণ্ট প্ৰক্ষেপনো কৰা হৈছিল।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd