• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত গাওঁবাসীয়ে কোবাই মাৰিলে নাহৰফুটুকী

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , February 19, 2018 7:20 am

1 min read

leopard-1

প্ৰতিনিধিত্বমূলক ফটো

121
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ স্বৰূপ উদঙাই এইবাৰ যোৰহাটত সংঘটিত হ’ল বাঘ হত্যাৰ আন এক ঘটনা। জীৱশ্ৰেষ্ঠৰ হিংসাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এটি নাহৰফুটুকীয়ে।

যোৰহাটত গঞাই বাঘটোক হত্যা কৰাৰ সময়ত নীৰৱ দৰ্শকৰ ৰূপত আছিল আৰক্ষী তথা বনকৰ্মী। বন বিভাগৰ লোকৰ সন্মুখতে স্থানীয় লোকে বাঘটোক কোবাই হানি-খুঁচি হত্যা কৰা ঘটনাই যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যোৰহাট নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ উজনি গায়ন গাঁৱত দেওবাৰে পুৱা ৯ মান বজাত এটা নাহৰফুটুকী বাঘ বনাঞ্চলৰ পৰা ওলাই আহি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰে।

বাঘটোৱে পানী আনিবলৈ যোৱা তথা খেতিপথাৰলৈ যোৱা লোকক আক্ৰমণ কৰে। এই ঘটনাৰ খবৰ পাই আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষী আৰু বন বিভাগৰ লোকে বাঘটোক খেদি পঠাবলৈ চেষ্টা কৰে যদিও বাঘটোৱে তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি লয়।

বাঘটোৰ আক্ৰমণত মোলান দত্ত আৰু তৰুণ গগৈ নামৰ আৰক্ষীৰ লোক দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বাঘটোৰ আক্ৰমণত আৰক্ষীৰ লোক দুজনকে ধৰি মুঠ ১১ জন লোক আহত হয়।আঘাতপ্ৰাপ্তসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰ পিছতে গাওঁবাসী উত্তেজিত হৈ পৰে আৰু তেওঁলোকে খেদি খেদি বাঘটোক হানি-খুঁচি হত্যা কৰে। বন বিভাগৰ লোকে পিছত মৃত বাঘটো উদ্ধাৰ কৰি লৈ আনে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd