DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটৰ আৰক্ষী অধীক্ষকে গঠন কৰিলে ‘আস্থা’ নামৰ এক নিচামুক্ত বাহিনী

দেৱজিৎ বৰুৱা by দেৱজিৎ বৰুৱা
March 16, 2018 8:27 pm
Jorhat superintendent of police Vaibabh Nimbalkar
182
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাত বৃদ্ধি পোৱা অবৈধ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে আঠজনীয়া সদস্যৰে গঠন কৰিছে আস্থা নামৰ এটা নিচামুক্ত বাহিনী দল । উল্লেখ্য যে জিলাখনত বৃদ্ধি পোৱা অবৈধ মদৰ বেহা, জুৱা, ড্ৰাগছ আদি নিৰ্মূল কৰাৰ লক্ষ্যৰে অধীক্ষক গৰাকীয়ে ‘আস্থা’ নামৰ এই নিছা মুক্ত বাহিনীটো গঠন কৰা বুলি উল্লেখ কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষক নন্দিনী কাকতি, দীপাংকৰ গগৈ, বিতুল চেতীয়া, বিনন্দ গগৈ, সূৰ্য গগৈ, বিপুল দলে, দীপক বৰা আৰু লীলা চেতিয়াক লৈয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে এই আঠজনীয়া নিচামুক্ত বাহিনীটো গঠন কৰিছে।

‘আস্থা’ নামৰ এই নিচামুক্ত বাহিনীৰ দলটোৱে জিলাখনৰ সকলো অবৈধ কাৰ্যকলাপৰ ওপৰত দৃষ্টি গোচৰ ৰাখিব। ইয়াৰ উপৰি এই বাহিনীটোৱে যিকোনো ধৰণৰ অবৈধ কাৰ্যকলাপৰ তথ্য লাভ কৰাৰ লগে লগেই বিভাগীয় আৰক্ষী থানাৰ বিষয়াৰ সহযোগত  তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ উপৰি এই বাহিনীটোৱে গ্ৰহণ কৰা সকলো কাৰ্যকলাপৰ বিষয়ে আৰক্ষী অধীক্ষকক জনায় থাকিব বুলিও বৈভৱ নিম্বলকাৰে জানিবলৈ দিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd