• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য লোকসভাঃ ২০ মে’ত অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2018 3:06 pm
bjp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। সেয়েহে অহা ২০ মে’ত পুনৰ গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। আজি এক সংবাদ মেলযোগে এই কথা সদৰী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

সংবাদ মেলত সভাপতি দাসে জানিবলৈ দিয়া মতে আগন্তুক লোকসভা নিৰ্বাচনত সাংগঠনিক সক্ৰিয়তা বৃদ্ধি কৰাৰ বাবে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীত ‘নেডা’ৰ এখন সভা সম্বোধন কৰিব। লগতে উত্তৰ- পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ লগতো মত বিনিময় কৰিব।

Apply Now

উল্লেখযোগ্য যোৱা ২৬ মাৰ্চত অনুষ্ঠিত বুথ সভাপতিৰ সন্মিলনত উপস্থিত থাকি অমিত শ্বাহে উত্তৰ- পূবৰ ২৫ খন লোকসভাৰ ২১ খন আসনেই বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰিছিল। সেয়েহে পুনৰ উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীতে উত্তৰ- পূবৰ বিজেপিশাসিত মুখ্য মন্ত্ৰীসকল আৰু নেডাৰ কাৰ্যকৰ্তাৰ সৈতে সাংগঠনিক দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য এক আলোচনাত মিলিত হ’ব শ্বাহ।

তদুপৰি অহা ২২ মে’ত গোলাঘাট জিলাৰ সৰুপথাৰত অন্য ৰাজনৈতিক দলৰ পৰা ৫০০০ তকৈ অধিক সদস্যই বিজেপি দলত যোগদান কৰিব বুলি আজিৰ সংবাদমেলত দাসে সদৰী কৰে।

আনহাতে ৰাজ্যিক সভাপতি দাসে উল্লেখ কৰা অনুসৰি অহা ৭ মে’ৰ পৰা ১৬ মে’ লৈকে মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত বুথ সভা অনুষ্ঠিত কৰি বুথ সমূহৰ পৃষ্ঠপ্ৰমুখ নিযুক্তি দিয়া হ’ব।

মঙ্গলদৈৰ পিছতে ডিব্ৰুগড়ত এই বুথ সভা সমূহ অনুষ্ঠিত হ’ব। ইতিমধ্যে নলবাৰী জিলাত ৩১০০ পৃষ্ঠ প্ৰমুখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি ৰঞ্জিত দাসে অৱগত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd