• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লক্ষ্য ৰে’লৱে’ৰ ৫০ হাজাৰ খালী পদ; থলুৱা প্ৰাৰ্থীক বিশেষ পাঠদানৰ ব্যৱস্থা আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 6:15 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত অসমৰ থলুৱা প্ৰাৰ্থীক কৰা বঞ্চনাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা সদৌ অসম ছাত্ৰ সন্থাই ৰে’লৱে’ত খালী হোৱা প্ৰায় ৫০ হাজাৰ পদত থলুৱাৰ নিযুক্তিৰ বাবে হাতত লৈছে এক বিশেষ পদক্ষেপ।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ এই খালী পদসমূহৰ বাবে দাইত নামৰ এক সংস্থাৰ সহযোগত আছুৰ যোৰহাট আঞ্চলিকে আৰম্ভ কৰিছে এক প্ৰস্তুতিমূলক ক’চিং ক্লাছ।

অহা ১১ আগষ্টৰ পৰা ১১ ছেপ্তেম্বৰলৈকে যোৰহাটৰ চি কে বি বাণিজ্য মহাবিদ্যালয়ত চলিব লগা এই পাঠদান কাৰ্য্যসূচীত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলে নামভৰ্তি কৰিব পাৰে।

aasu assam
যোগাযোগৰ ফ’ন নম্বৰ তথা সৱিশেষ তথ্যৰ বাবে এই ছবিখন ক্লিক কৰক

নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন অহা ১ আগষ্ট। যোৱা ২০ জুলাইৰ পৰা যোৰহাটৰ জে বি কলেজৰ আছু কাৰ্য্যালয়ত এই নামভৰ্তিৰ আবেদন দি থকা হৈছে।

‘উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত ১০০% থলুৱাই নিযুক্তি লাভ’ কৰাৰ ‘আশাৰে’ এই প্ৰচেষ্টা লোৱা বুলি জনাইছে আছুৱে l

এই পাঠদান শ্ৰেণীত ‘ইতিমধ্যে ৰে’লৱে’ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থী আৰু ৰে’লৱে’ৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা-বতৰাৰ বিশেষ পৰ্বও থাকিব,’ আছুৰ বাৰ্তাত প্ৰকাশ।

আছুৱে প্ৰকাশ কৰা অনুসৰি উত্তৰ-পূব ৰে’লৱে’ত সহকাৰী ৰে’ল চালক আৰু টেকনিচিয়ানৰ মুঠ ২৬৫০২টা আৰু ৰে’ল টিকেট সংগ্ৰাহক আৰু টি টি ইৰ মুঠ ২০ হাজাৰটা পদ খালী আছে।

অসমৰ সাংসদ ৰাজেন গোহাঁই ৰাজ্যিক ৰে’ল মন্ত্ৰী হৈ থকাৰ পিছতো উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত থলুৱা প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত আজিও বঞ্চিত হৈ থকা বুলি সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি সন্থাৰ উত্তৰ-পূব সীমান্ত ৰে’ল শাখাই যোৱা ৬ জুলাইত অভিযোগ আনিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd