• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাকুৱাত অ’ এন জি চিৰ প্ৰকল্পত ভয়ঙ্কৰ বিস্ফোৰণ, ১জন নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 28, 2018 6:13 pm

1 min read

ONGC violates COVID19 protocol in Sivasagar

প্ৰতীকী ছবি।

101
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ লাকুৱাৰ লখমণিত অৱস্থিত অ’ এন জি চিৰ এটা প্ৰকল্পত আজি পুৱা এক ভয়ঙ্কৰ বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণটোৰ ফলত শিৱসাগৰ জিলাৰ মৰানহাটৰ প্ৰশান্ত মোহন নামৰ এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়।

আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি  প্ৰকল্পটোৰ ভিতৰত ৰখাই থোৱা এখন টেংকাৰত বিস্ফোৰণটো সংঘটিত হৈছিল।

অ’ এন জি চিৰ নাজিৰা গোটে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি উক্ত প্ৰকল্পটোত মেঘা ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ অধীনত নিৰ্মাণকাৰ্য চলি আছিল।

বিস্ফোৰণটোক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰকল্পটোত কাম কৰি থকা শ্ৰমিক সকলৰ লগতে স্থানীয় ৰাইজে মেঘা ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে কৰ্মৰত শ্ৰমিকসকলক নিৰাপত্তা প্ৰদান নকৰাৰ লগতে বিভিন্ন অভিযোগ আনে।

আনহাতে বিবৃতিটোত, মেঘা ইঞ্জিনিয়াৰিঙৰ কৰ্তৃপক্ষই নিহত প্ৰশান্ত মোহনৰ লগতে আহত লোককেইজনৰ পৰিয়ালৰ লোকক লগ ধৰাৰ লগতে তেওঁলোকে পাব লগীয়া ক্ষতিপুৰণ দিয়া হ’ব বুলি নিশ্চয়তা প্ৰদান কৰে বুলি উল্লেখ কৰে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd