• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিও প্ৰেমিকাক প্ৰতাৰণা কৰা মন্দিৰৰ পূজাৰীক জেইললৈ প্ৰেৰণ

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , April 27, 2018 5:52 pm

1 min read

শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিও প্ৰেমিকাক প্ৰতাৰণা কৰা মন্দিৰৰ পূজাৰীক জেইললৈ প্ৰেৰণ
365
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত প্ৰত্যেক দিনাই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাৰ সময়তে এইবাৰ কোকৰাঝাৰ জিলাত এগাৰীক পিতৃ-মাতৃহীন তথা অসহায় যুৱতীক প্ৰেমৰ চালনাৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি এজন পূজাৰীয়ে অৱশেষত প্ৰতাৰণা কৰাৰ দৰে এটা ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে কচুগাঁও নিবাসী প্ৰয়াত তপন মুখাৰ্জীৰ পুত্ৰ তথা কচুগাঁও মহামায়া মন্দিৰৰ পূজাৰী সঞ্জীৱ মুখাৰ্জী(৩৫)য়ে এগাৰীক পিতৃ-মাতৃহীন তথা অসহায় যুৱতীক যোৱা তিনিবছৰ ধৰি প্ৰেমৰ চালনা আৰু বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল।

পিছত যুৱতী গৰাকীয়ে সঞ্জীৱক বিয়াৰ প্ৰস্তাৱ দিলেই লম্পট সঞ্জীৱে কেইদিনমান ধৈৰ্য ধৰাৰ কথা কৈ যুৱতী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখিছিল।

ইফালে লম্পট সঞ্জীৱ তথা মন্দিৰৰ পূজাৰীয়ে গোপনে আন এগৰাকী যুৱতীৰ সৈতে বিয়াৰ দিন ধাৰ্য্য কৰিছিল। আৰু এই কথা ভোক্তভূগী যুৱতীগৰাকীয়ে জানিব পাৰি প্ৰেমিক তথা সঞ্জীৱৰ ঘৰত উপস্থিত হৈ বিয়াৰ প্ৰস্তাৱ ৰাখে।

কিন্তু বিয়াৰ প্ৰস্তাৱ দিয়াৰ লগে লগে সঞ্জীৱ আৰু সঞ্জীৱৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। ফলত যুৱতী গৰাকীয়ে উপায়বিহীন হৈ কচুগাঁও থানাত প্ৰেমিকে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

আনহাতে আৰক্ষীয়ে যুৱতী গৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিতে লম্পট যুৱক তথা সঞ্জীৱক আটক কৰি আদালতত হাজিৰ কৰোৱাত আদালতে আজি যুৱকজনক জেইললৈ প্ৰেৰণ কৰে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd