• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীক সাক্ষাৎ সংযোগী শিক্ষাকৰ্মী সন্থাৰ : ৩টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 16, 2018 9:35 pm

2 min read

Education Minister of Assam
221
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ সভাপতি আব্দুল কালামৰ নেতৃত্বত সন্থাৰ প্ৰতিনিধিবৰ্গই আজি নৱ নিৰ্বাচিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক সাক্ষাৎ কৰি তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজ্যপালৰ অধিসূচনা মৰ্মে ২০০৫-২০০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত গাঁও শিক্ষা সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি সমগ্ৰ অসমৰ সংযোগী শিক্ষা কেন্দ্ৰসমূহত মুঠ ১০,৬৩৩ গৰাকী শিক্ষকক ঠিকাভিত্তিক নিযুক্তি দিছিল।

কিন্তু সংযোগী শিক্ষাকৰ্মীসকলে মাত্ৰ ১০০০ টকাৰ পৰা ৩ হাজাৰ টকাৰ মাননী লৈ এটা পৰিয়াল পোহপাল দিয়াটো কোনোপধ্যে সম্ভব নহয় বুলি নৰ্থ-ইষ্ট নাওৰ আগত সদৰী কৰি সভাপতি আব্দুল কালামে লগতে জনাই যে বিভাগীয় কতৃপক্ষই কোনো আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মীসকলক শিক্ষকতাৰ পৰা অব্যহতি দিয়াৰ বাবে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে।

সন্থাৰ তৰফৰ পৰা বিভাগীয় কতৃপক্ষৰ ওচৰত শিক্ষাকৰ্মীসকলৰ চাকৰি বাহাল ৰাখিবৰ বাবে দাবী জনাই আহিছে যদিও কেবল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ মাজতে দিন কটাবলগীয়া হৈছে বুলিও সভাপতিগৰাকীয়ে অভিযোগ তোলে।

সেয়েহে আজি সন্থাৰ তৰফৰ পৰা নব নিৰ্বাচিত শিক্ষা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সন্থাৰ দাবীকেইটা হৈছে সংযোগী শিক্ষাকৰ্মীসকলক প্ৰাক-প্ৰাথমিক শিক্ষক পদত স্থায়ী নিযুক্তি দিয়া, সহযোগী শিক্ষক হিচাপে পাঠদান দিয়া বিদ্যালয়ত সংযোগী শিক্ষাকৰ্মীসকলক নিযুক্তি দিয়া আৰু সংযোগী শিক্ষাকৰ্মীসকলৰ বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া।

শিক্ষা মন্ত্ৰী গৰাকীয়ে বিভাগীয় কতৃপক্ষৰ সৈতে বিষয়টো আলোচনা কৰি সমাধান কৰা হ’ব বুলি সন্থাক আশ্বাস প্ৰদান কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd