DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ জনসম্পর্ক অভিযান 

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 25, 2018 1:45 pm
ATTACHMENT
107
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ ‘জনসম্পৰ্ক অভিযান’ৰ লগত সংগতি ৰাখি দুদিনীয়া বৰাক ভ্রমণসূচী লৈ অহা মুখ্য মন্ত্রী সর্বানন্দ সোনোৱালে দেওবাৰে পুৱা বিজেপিৰ জনসম্পর্ক অভিযানৰ অংশ হিচাপে শিলচৰত পৃথকে পৃথকে  ডা: কালী পংকজ চক্রৱর্তী আৰু শিলচৰ ৰামকৃষ্ণ মিছনৰ মহাৰাজ স্বামী  গনধিষানন্দজীক সাক্ষাৎ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দুয়োৰে স’তে মত বিনিময় কৰি কেন্দ্ৰৰ মোডী চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ চৰকাৰী কাম- কাজৰ পুস্তিকা প্রদান কৰে।

ATTACHMENT উল্লেখযোগ্য যে ডা: কালী পংকজ চক্রৱর্তী ভাৰত কেশৰী ড০ শ্যামাপ্রসাদ মুখার্জীৰ সহকর্মী আছিল। ১৯৫২ চনত  সাধাৰণ নির্বাচনত দক্ষিণ কলকাতাৰ পৰা শ্যামাপ্রসাদ মুখার্জী নির্বাচনী প্রতিদ্বন্দ্বিতাৰ সময়ত পোলিং এজেন্ট আছিল।

মুখ্য মন্ত্রী সোণোৱালৰ সৈতে মন্ত্রী পৰিমল শুক্লবৈদ্য, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থ , কোশিক ৰায় উপস্থিত  আছিল।

স্মৰ্তব্য যে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বান পৰিস্থিতিৰ চৰজমিন অধ্যয়ন কৰি সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০০ কোটি টকাৰ বান সাহায্য ঘোষণা কৰিছে। কালিৰ বান পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰীৰ সৈতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপৰি শিলচৰ, লক্ষীপুৰ, কাটিগঢ়া, উদাৰবন্দ আৰু বৰখলাৰ বিধায়কসকল উপস্থিত থাকে।

 

 

 

Recent News

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd