DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰৰ ‘জীৱনজ্যোতি ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ’ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2018 9:00 pm
203
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ দৰে চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণৰ অত্যাধুনিক চিকিৎসা সেৱা লাভৰ দিশত সহায় হোৱাকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত বিভিন্ন আধুনিক চিকিৎসা ব্যৱস্থাৰে সমৃদ্ধ ৩০০ খন বিছনাযুক্ত ‘জীৱনজ্যোতি ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ’ হাস্পাতালখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ৩৩ খন জিলাৰ ৬৫ লাখ পৰিয়ালৰ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে বুলি কয়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বৰাক নদী খননৰ কাম আৰম্ভ কৰিছে আৰু স্বামী বিবেকানন্দ আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰৰ কামো শীঘ্ৰে আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰী বেচৰকাৰী প্ৰয়াসৰ সমন্বয় সাধনৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ‘আয়ুস্মান ভাৰত’ নামৰ আঁচনিখন অহা নৱেম্বৰৰ পৰা ৰাজ্যখনত আৰম্ভ হ’ব। আৰু ইয়াৰ জৰিয়তে ২৭ লাখ দুখীয়া পৰিয়াল উপকৃত হ’ব।

লগতে এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে হিতাধিকাৰী সকলে ৫ লাখ টকাকৈ লাভ কৰিব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়।

তাৰোপৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰু শিলচৰত স্থাপন কৰিব লগীয়া নতুন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নাম ভৰ্তি এই বছৰতে আৰম্ভ হ’ব বুলি কয়।

লগতে ৰাজ্য চৰকাৰ আৰু টাটাৰ সহযোগত সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত স্থাপন কৰিব লগীয়া কৰ্কট হস্পাতালৰ দুখন ক্ৰমে শিলচৰ আৰু কৰিমগঞ্জত স্থাপন কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়কে ধৰি বৰাক উপত্যকৰা বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd