• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশু শ্ৰমৰ বিৰুদ্ধে ডিব্ৰুগড় প্ৰশাসনৰ কঠোৰ পদক্ষেপ, চৌকিডিঙিত ৯ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
April 25, 2018 8:42 pm
580
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলা প্ৰশাসনে আজি এক অভিযান চলাই নগৰখনৰ উদয়পুৰৰ চৌকিডিঙি অঞ্চলৰ পৰা আজি এটি ৯ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ কৰে।

এই সংক্ৰান্তত দ্বীপজ্যোতি গোহাঁই নামৰ এজন লোকক আটক কৰা হৈছে। লোকজনে উক্ত শিশুটিক নিজৰ ঘৰত বনকৰা ল’ৰা হিচাপে ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাটো সম্পৰ্কত মিলন নগৰ আৰক্ষী চকীত এক গোচৰ ৰুজো কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিনত জিলা প্ৰশাসনে চলোৱা অভিযানত ডিব্ৰুগড় নগৰৰ বিভিন্ন স্থানৰ পৰা ৪ টি শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জিলাখনত চলি থকা শিশু শ্ৰম বন্ধ কৰিবলৈ পৰৱৰ্তী সময়ত আৰু অধিক কঠোৰ অভিযান চলোৱা হ’ব বুলি ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰিয়ে জানিবলৈ দিয়ে। বিষয়টো মোকাবিলা কৰাৰ উদ্দেশ্যে প্ৰশাসনে অঞ্চলটোৰ নেত্ৰী স্থানীয় লোক, অংগনৱাড়ী কৰ্মী, সমাজকৰ্মী, স্বেচ্ছাসেৱী সংগঠন, গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়া তথা স্থানীয় লোক আৰু আৰক্ষীকলৈ এক এক টাষ্ক ফ’ৰ্চ গঠন কৰিছে।

ইয়াৰ উপৰি জিলা প্ৰশাসনে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট, আলোচনা সভা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে।

তথ্য অনুসৰি ২০১২ চনৰ পৰা ডিব্ৰুগড়ত শিশু কল্যাণ সংস্থাই শিশু শ্ৰম সম্পৰ্কীয় ১৭২ টা গোচৰ সৈতে মোকাবিলা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd