• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ডিমৌত সদৌ অসম ভিত্তিত ঝুমইৰ প্ৰতিযোগিতা : প্ৰথম স্থানৰ দলে পাব ১ লাখ টকাৰ পুৰস্কাৰ

NE NOW NEWS হিতোজ্জ্বল চেতিয়া
ডিমৌ , June 20, 2018 10:34 am

1 min read

Jhumur
99
VIEWS
Share on FacebookShare on Twitter

ডিমৌৰ “চনাপুৰ সামাজিক উন্নয়ন সমিতি” চনাপুৰ ফাউণ্ডেইশ্যনৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ২৬, ২৭, ২৮ আৰু ২৯ জুলাইত ডিমৌ ৰাজহুৱা খেলপথাৰত সদৌ অসম ভিত্তিত ঝুমুই বা ঝুমই নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

চাৰিদিনীয়া কাৰ্য্যসূচীৰে ডিমৌ ৰাজহুৱা খেলপথাৰ আৰু ডিমৌ ৰাজহুৱা ভৱনত এই প্ৰতিযোগিতাৰ কাৰ্য্যসূচীসমূহ ৰূপায়ণ কৰা হ’ব। আয়োজকে জনোৱামতে, ২৬ জুলাইৰ পুৱা ১০.৩০ বজাত প্ৰতিযোগিতাৰ উদ্বোধন কৰা হ’ব।

২৯ জুলাইৰ পুৱা ৯.৩০ বজাত কিশোৰ-কিশোৰী দলৰ ঝুমইৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ’ব। আবেলিলৈ মুকলি সভা আৰু বঁটা বিতৰণী সভা আৰু সন্ধিয়া সাত বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব।

আয়োজকসকলে জনোৱা মতে, সদৌ অসম ভিত্তিৰ এই ঝুমইৰ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলটোক এক লাখ টকা, দ্বিতীয় বিজয়ী দলটোক পঞ্চাচ হাজাৰ টকা আৰু তৃতীয় দলক নগদ ত্ৰিচ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব।

উল্লেখযোগ্য যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া সংস্কৃতিলৈ বিশেষ অৱদান আগ বঢ়াইছে চাহ জনগোষ্ঠী বা চাহ বাগিচাৰ কৰ্মী হিচাপে প্ৰায় দুশ বছৰৰ পূৰ্বে অসমলৈ অহা আদিবাসী লোকসকলে।

বৰ্তমান চাহ জনগোষ্ঠী বুলি পৰিচিত এই লোকসমাজৰ ঝুমইৰ নৃত্য-গীত হৈ পৰিছে অসমীয়া সংস্কৃতিৰ অন্যতম অংগ। অসমীয়া সংস্কৃতিৰ বৰপেৰাত ঝুমই বা ঝুমুৰে এক উচ্চ আসন অধিকাৰ কৰি আহিছে।

DemowJhumoi

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd