• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলাৰ হালোৱাটিঙত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ দুৰ্ধৰ্ষ সদস্য

NE NOW NEWS অক্ষয় প্ৰণৱ কলিতা
নামৰূপ , June 5, 2018 1:29 pm

1 min read

IMG-20180605-WA0004
74
VIEWS
Share on FacebookShare on Twitter

জয়সাগৰস্থিত দাও ডিভিজনৰ সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটা দলে সোমবাৰে আলফা (স্বা)ৰ এজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে অভিযানকাৰী দলটোৱে হালোৱাটিঙত এক অভিযান চলাই উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰে।

আটকাধীন সদস্যজনে উক্ত অঞ্চলত বিভিন্ন ধন দাবী, অস্ত্ৰ সৰবৰাহ আৰু নতুন সদস্য ভৰ্তীত নিয়োজিত হৈ থকা বুলি সেনাই খবৰ পোৱাত সদস্যজনক আটক কৰাৰ বাবে সেনাই দীৰ্ঘদিনৰে পৰা চেষ্টা অব্যাহত ৰাখিছিল।

সোমবাৰে উগ্ৰপন্থী সদস্যজন উক্ত অঞ্চলত বিচৰণ কৰি থকা বুলি সেনালৈ খবৰ অহাত জয়সাগৰ সেনা আৰু হালোৱাটিঙ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন উগ্ৰপন্থী সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে এটা পিষ্টল, এটা সক্ৰিয় গুলীৰ ৰাউণ্ড, এটা মেগজিন আৰু ব্ৰাউন ছুগাৰৰ দুটা পেকেটৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে।

ইফালে সদস্যজন শিৱসাগৰ জিলাৰ সুন্দৰপুৰ নিবাসী প্ৰয়াত বুদ্ধেশ্বৰ দুৱৰাৰ পুত্ৰ পুতুল দুৱৰা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd