• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱ ৰাত্ৰিৰ দিনা নুমলীগড় শিৱমন্দিৰ প্ৰাংগণতে জন্ম দিলে কন্যা সন্তান : নাম থলে পাৰ্বতী 

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , February 14, 2018 7:44 pm

1 min read

woman gives birth to girl child
396
VIEWS
Share on FacebookShare on Twitter

আজি মহা শিৱ ৰাত্ৰি। নিজৰ মনৰ বাসনা পূৰণৰ বাবে মহিলা সকলে মহাদেৱ শিৱৰ চৰণত সেৱা জনাবৰ বাবে ঢাপলি মেলিছে শিৱ মন্দিৰলৈ।

মহাদেৱক সন্তোষ্ট কৰাৰ বাবে ক’তজনে ক’ত ধৰণেৰে যে সেৱা আগবঢ়াইছে ৷

বোকাখাতৰ সমীপৰ নুমলীগড়ৰ ঐতিহাসিক বাবাথানো আজি লোকে লোকাৰণ্য ৷

বিভিন্ন জন ভক্তৰ মাজতে মহাদেৱৰ আশিস বিছাৰি আহিছিল কমাৰগাৱঁৰ এগৰাকী মহিলাও ৷

তেওঁ দিয়া পূজাত যেন সচাঁকৈয়ে সন্তোষ্ট হ’ল মহাদেৱ। কিয়নো আৰ্শীৰ্বাদ পোৱাৰ পাচতেই কমাৰগাৱঁৰ এই গৰাকী মহিলাই নুমলীগড় মন্দিৰ প্ৰাঙ্গনতেই জন্ম দিলে এটি কন্যা সন্তানৰ ৷

প্ৰসৱ বেদনাত চটফটাই থকা মহিলা গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল দুই এগৰাকী মহিলাই ৷

আনহাতে কন্যা সন্তানৰ জন্মৰ পিছতেই প্ৰায় এঘন্টা সময় বিনাচিকিৎসাই মাটিতে সন্তান সহ পৰি থাকিব লগীয়া হৈছিল মহিলা গৰাকী।

অৱশ্যে পিছত ১০৮ আহি সন্তান সহ মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে।

জানিব পৰা মতে মহিলা গৰাকীৰ ঘৰ কমাৰগাঁৱৰ মহুৰামুখত।

বাবাথানত সমবেত ভক্ত আৰু মহিলা গৰাকীৰ পৰিয়ালে কন্যা সন্তান গৰাকীৰ নাম দিছে পাৰ্বতী।

বৰ্তমান মাক আৰু সন্তান দুয়ো চিকিৎসালয়ত ভৰ্তী হৈ আছে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd