• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীৰ্ষ বিষয়া জড়িত থকা চুপাৰি কেলংকাৰিৰ তদন্ত কৰিব অসম আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 12:26 pm
betel-2-570x320

ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰা চোৰাং চুপাৰিভৰ্তি ট্ৰাক। ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামোলৰ ব্যৱসায়ী, শীৰ্ষ নিৰাপত্তা বিষয়া আৰু চোৰাং কাৰবাৰী জড়িত থকা শুকান চুপাৰি কেলেংকাৰিৰ তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। কেলেংকাৰিটোৰ তদন্তৰ বাবে অসম আৰক্ষীৰ এটি দল বৰাক উপত্যকালৈ যাবৰ বাবে সাজু হৈছে।

যোৱা ১৬ এপ্ৰিলত মহানগৰ আৰক্ষীয়ে বশিষ্ঠ থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহৰবাৰীত অবৈধভাৱে কঢ়িয়াই অনা তিনিখন শুকান চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে।

Apply Now

আৰক্ষীয়ে লগতে  ট্ৰাকৰ সৈতে আলতাফ হুছেইন, দিলোৱাৰ হুছেইন লস্কৰ, ইকবাল হুছেইন, ৰাজেন দাস, আবুল হুছেইন আৰু দেবু দাস নামৰ ছয় গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে গ্ৰেপ্তাৰ কৰা বৰাক উপত্যকাৰ আটাইকেইজন লোকেই শুকান চুপাৰিৰ চোৰাং বেহাৰ লগত জড়িত।

এগৰাকী আৰক্ষী বিষয়াই কয় যে জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা এজন লোকে প্ৰকাশ কৰিছে যে ম্যানমাৰৰ পৰা শিলচৰ হৈ অনা শুকান চুপাৰি বৈধ নথি অবিহনে নিয়মিত বিভিন্ন ৰাজ্যলৈ সৰবৰাহ হৈ আছে।

সূত্ৰসমূহে জনোৱা মতে আৰক্ষীয়ে চোৰাং কাৰবাৰৰ চক্ৰটো উৎখাত কৰিবলৈ শিলচৰ, কৰিমগঞ্জ আৰু বদৰপুৰৰ বিভিন্ন স্থানত তালাচী অভিযান চলাব।

যোৱা ৩০ মাৰ্চত নৰ্থ ইষ্ট নাওত  প্ৰকাশিত এক আছুতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছিল এক বৃহৎ পৰিমানৰ অবৈধ শুকান চুপাৰি ( বেছিভাগেই থাইলেণ্ড আৰু ইণ্ডোনেচিয়া) কোনো ধৰণৰ আমদানি শুল্ক আদায় নিদিয়াকৈ ম্যানমাৰ হৈ ভাৰতত সৰবৰাহ হৈ আছে।

উক্ত প্ৰতিবেদনত কোৱা হৈছিল যে শুকান চুপাৰিৰ এই অবৈধভাৱে চলি থকা চোৰাং বেহাৰ বেছি অংশই মিজোৰামৰ জোখাৱথাৰ আৰু মণিপুৰৰ ম’ৰেৰ দুটা শুল্ক ষ্টেশ্যন অতিক্ৰম কৰিবলগীয়া হয়।

এই চোৰাং কাৰবাৰ সুৰক্ষা বাহিনী আৰু এনফ’ৰ্চমেন্ট এজেন্সিৰ বিষয়াসকলৰ সহযোগত চলি আহিছে।

ম্যানমাৰ হৈ চোৰাংভাৱে সৰবৰাহ হোৱা ট্ৰাক ভৰ্তি শুকান চুপাৰি গুজৰাট, ৰাজস্থান, নতুন দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ গুটকা উৎপাদন কাৰাখানাসমূহলৈ যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd