• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰৰ চাৰিদুৱাৰৰ নঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ, বাসগৃহ ধ্বংস

NE NOW NEWS ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
বালিপৰা , June 3, 2018 11:35 am

1 min read

elephant human conflict
70
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ এলেকাৰ নঘৰীয়া গাঁৱত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি গাঁওবাসীসকলক সন্ত্ৰস্ত কৰি তুলিছে। বনৰীয়া হাতীটোৱে নঘৰীয়া গাঁৱত প্ৰৱেশ কৰি তাৰ আগত পৰা সমস্তখিনি এফালৰ পৰা ধ্বংস কৰি গৈছে।

হাতীটোৱে ৰেণুমাই মেচ নামৰ এগৰাকী মহিলাৰ ঘৰটো ভাঙি তচনচ কৰিছে।হাতীটোৱে ৰেণুমাই মেচৰ ঘৰৰ বেৰ, দুৱাৰ, খিৰিকী ভাঙি পেলাইছে। ঘৰৰ আচবাবপত্ৰ, পাকৰৰ বাচন-বৰ্তন লণ্ডভণ্ড কৰি পেলাইছে।  মানুহগৰাকীৰ জীৱিকাৰ একমাত্ৰ সম্বল সৰু ভড়ালঘৰটোৰ বেৰ ভাঙি শস্য নষ্ট কৰি পেলাইছে। হাতীটোৰ আক্ৰমণৰ বলি হৈ হৈ ৰেণুমাই মেচ এতিয়া সৰ্বস্বান্ত হৈ পৰিছে।

বহু সময় ধৰি চেষ্টা কৰি অৱশেষত গাঁওবাসীসকলে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়। আনহাতে গাঁওবাসীয়ে অভিযোগ কৰিছে যে ৰাতিয়েই বন বিভাগৰ লোকক খবৰ দিয়া হৈছিল যদিও বাতৰি যুগুতোৱা সময়লৈকে বন বিভাগৰ লোক গাঁওখনত আহি উপস্থিত হোৱা নাই।

অসমত শেহতীয়াভাৱে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমে বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলৰ মতে  হাতীৰ চিৰন্তন বসতিস্থানসমূহলৈ মানুহৰ বসতি বাঢ়ি যোৱাৰ বাবেই খাদ্য আৰু বাসস্থানৰ সংকটত ভোগা হাতীয়ে মানুহৰ বাসস্থানলৈ প্ৰৱেশ কৰিবলৈ লৈছে। ফলত আৱশ্যম্ভৱীভাৱে বাঢ়ি গৈ আছে হাতী আৰু মানুহৰ সংঘাত।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd