DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বাহিৰক নদীৰ পাৰত পাম স্থাপনৰ বিৰোধিতা মণিপুৰৰ গাওঁবাসীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 11:28 am
154
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ শ্বাহিৰক নদীৰ পাৰত বাস কৰা গাওঁবাসীয়ে শুকুৰবাৰে শ্বাহিৰক নদীৰ পাৰক পামলৈ পৰিৱৰ্তন কৰাৰ পদক্ষেপৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

শ্বাহিৰক নদীৰ পাৰত গাহৰি পাম বা আন যিকোনো পাম স্থাপন কৰা নহয় বুলি জাননী জাৰি কৰাৰ দাবীত নদীৰ পাৰত বাস কৰা হেজাৰ সংখ্যক গাওঁবাসীয়ে পশ্চিম ইম্ফলৰ ছেনজাম খুনও য়ুথ ক্লাৱত ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ছেনজাম খুনও আৰু ছেনজাম চিৰাঙ যৌথ উন্নয়ন সংস্থা, ফুমলও গাওঁ পঞ্চায়ত, লেইৰেনকাবি কাদঙবেণ্ড গাওঁ পঞ্চায়ত, পায়েঙ গাওঁ পঞ্চায়ত, মায়নগ্লেংজিং গাওঁ পঞ্চায়ত, খুৰখুল গাওঁ পঞ্চায়ত, লইটাঙ খুনও গাওঁ সমিতি, লেইমাখঙ চিঙমাং, কান্তো য়ুথ ক্লাৱ, মইবাং খুনও য়ুথ ক্লাৱ আৰু আৱাঙ ছেকমাই প্ৰটেকশ্বন কমিটিয়ে সন্মিলিতভাৱে এখন ৰাজহুৱা সভাৰো আয়োজন কৰে।

সভাখনতে যোৱা ১৬ ডিচেম্বৰত হাৰাওথেল গাওঁবাসীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত ছেনজাম চিৰাঙ গাওঁৰ এগৰাকী লোকক গুলীওৱা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তেওঁলোকে লগতে  প্ৰায় ৪০,০০০ গাওঁবাসীৰ জীৱনৰেখা শ্বাহিৰক নদীৰ পানী কোনোধৰণে প্ৰদূষিত কৰা যিকোনো কাৰ্যকলাপ বন্ধ কৰিবলৈও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

যোৱা ১৬ ডিচেম্বৰত হোৱা সংঘৰ্ষত ছেনজাম চিৰাঙৰ এজন গাওঁবাসীৰ বুকুৰ বাওঁফালে গুলীৰ আঘাতত আহত হোৱাৰ লগতে হাৰাওথেল গাওঁৰো ছজন লোক আহত হৈছিল।

ছেনজাম চিৰাঙ আৰু হাৰাওথেলৰ মাজত থকা এটি বিতৰ্কিত অঞ্চলত হাৰাওথেল গাওঁৰ বাসিন্দাই নিৰ্মাণ কৰি থকা পামৰ কাম ছেনজাম চিৰাঙ গাওঁবাসীয়ে বন্ধ কৰিবলৈ যাওঁতে উক্ত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল।

Recent News

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd