DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

শ্বিলঙত এন চি পিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন প্ৰফুল পেটেলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 3:48 pm
শ্বিলঙত এন চি পিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰা অৱস্থাত প্ৰফুল পেটেল

শ্বিলঙত এন চি পিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰা অৱস্থাত প্ৰফুল পেটেল

76
VIEWS
Share on FacebookShare on Twitter

এন চি পিৰ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল পেটেলে আজি শ্বিলঙত দলটোৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে এটা আধাৰশিলা স্থাপন কৰে।

এন চি পিয়ে কাৰ্য্যালয় স্থাপন কৰিব খোজা উক্ত স্থান বিভাৰ ৰ’ডত নতুনকৈ নিৰ্মিত বিজেপি কাৰ্য্যালয়ৰ সমীপতে অৱস্থিত। কাৰ্য্যালয় স্থাপন কৰিব খোজা স্থানডোখৰ প্ৰায় ৩০০০ বৰ্গফুটৰ।
এন চি পিৰ বিধায়ক ই চি বি বামন মেঘালয়ৰ ৰাজহ মন্ত্ৰী থকা অৱস্থাত ৰাজ্য চৰকাৰে ২০০৮-০৯ চনত উক্ত ঠাইটুকুৰা আবণ্টন দিয়া হৈছিল। এন চি পিৰ ৰাজ্যিক কাৰ্য্যকৰী সভাপতি ৱিজয় ৰাজে জনোৱা অনুসৰি কাৰ্য্যালয় ভৱনটো সজাৰ বাবে বিস্তৃত হিচাপ ইতিমধ্যে যুগুতাই উলিওৱা হৈছে।
সৰ্বভাৰতীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা এন চি পিৰ প্ৰতিষ্ঠাপক পি এ চাংমা মেঘালয়ৰে নেতা আছিল যদিও লক্ষণীয়ভাৱে এতিয়ালৈকে দলটোৰ ৰাজ্যখনত কোনো কাৰ্য্যালয় নাছিল।
উল্লেখযোগ্য যে নিৰ্বাচনমুখী মেঘালয়ত নিৰ্দলীয় বিধায়ক চালেং এ চাংমাই কালি চলিত বিধানসভাৰ পৰা পদত্যাগ কৰি দলটোত যোগ দিয়াৰ লগতে নেতৃত্বৰ দায়িত্বও লৈছিল।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd