• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

শ্বিলঙৰ পৰিস্থিতি : লুমদেইংগ্ৰি থানাৰ এলেকাত ৫ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , June 5, 2018 9:56 pm

1 min read

Shillong-flag-march-by-army-570x320
81
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙৰ জিলা প্ৰশাসনে লুমদেইংগ্ৰি আৰক্ষী থানাৰ ভিতৰুৱা এলেকাসমূহত ৫ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰিছে। জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি উক্ত এলেকাসমূহত বুধবাৰে পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২-০০লৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।

সান্ধ্য আইন শিথিল কৰা এলেকাসমূহ হৈছে জাইআৱ, মাওখাৰ, উমছোহছুন, ৱাহিমদোহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংগ্ৰি, লামাভিলা, ক্বালাপট্টি, ৱাথাপব্ৰু, চানি হীল, কেণ্টনমেণ্ট, কেণ্টনমেণ্ট বীট হাউছকে ধৰি মাওলং হাট (উমশ্বিৰপি দলঙৰ সিপাৰৰ আৱাসিক এলেকাক বাদ দি)ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধৰাৰ অধীনত এই সান্ধ্য আইন জাৰী কৰা হৈছে।

এক নিৰ্দেশযোগে খাছী হীলছৰ জিলা দণ্ডাধীশ পি এছ ডখাৰে কৈছে যে পৰৱৰ্তী নিৰ্দেশ জাৰী নকৰা পৰ্যন্ত এই এলেকাসমূহত দুপৰীয়া ১২-০০ৰ পৰা পুনৰ সান্ধ্য আইন আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে এই এলেকাসমূহত ১ জুনৰ পৰা সান্ধ্য আইন জাৰী কৰা হৈছে।

মঙলবাৰে শ্বিলঙৰ আৱাসিক এলেকাসমূহত আবেলি ৪-০০ বজাৰ পৰা বুধবাৰে পুৱা ৫-০০ বজালৈ পুনৰ সান্ধ্য আইন বলৱৎ কৰা হ’ব।

Recent News

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd