DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

শ্বিলঙৰ ষ্ট্ৰীট আৰ্ট ফেষ্টিভেল-২০১৮ : শিল্পীক পেচাদাৰী উৎকৰ্ষতা প্ৰদানৰ মহৎ মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 7:56 pm
street art fest Shillong
139
VIEWS
Share on FacebookShare on Twitter

ৰঞ্জীত দেহিয়া আৰু তেওঁৰ সহযোগী অসমৰ  সঞ্জীব ৰয়ৰ দ্বাৰা শ্বিলঙৰ ৰাজপথত অনুষ্ঠিত কৰা ষ্ট্ৰীট আৰ্ট ফেষ্টিভেল প্ৰত্যক্ষ কৰি স্থানীয় শিল্পীসকল  অনুপ্ৰাণিত হৈ মঙলবাৰে মেঘালয়ত এটা ফাইন আৰ্ট অনুষ্ঠান গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে।

দেহিয়া হৈছে বলীউড আৰ্ট প্ৰজেক্টৰ এটা অংশ যিয়ে অভিতাভ বচ্চনৰ ৭৫ সংখ্যক জন্মদিনত তেওঁৰ এটা প্ৰতিকৃতি অংকন কৰিছিল। মুম্বাইত অংকন কৰা এই প্ৰতিকৃতিটো ভাৰতৰ আটাইতকৈ ওখ দেৱাল-চিত্ৰ হিচাপে পৰিগণিত হৈছে (ইয়াৰ উচ্চতা ২৩০ ফুট আৰু প্ৰস্থ ৩০ ফুট)।

শ্বিলং ষ্ট্ৰীট আৰ্ট ফেষ্ট-২০১৮ নামেৰে অভিহিতএই কলা মহোৎসৱত যোগদান কৰিছে ৰঞ্জীত দেহিয়াই। দেহিয়াই এসপ্তাহৰ পূৰ্বে আহি শ্বিলঙত বাহৰ পাতি আছে। তেওঁৰ  সৈতে  আছে নিজৰ প্ৰতিভাক  সমাজৰ আগত প্ৰকাশ কৰিবলৈ বাট চাই থকা  কেইগৰাকীমান স্থানীয় শিল্পী। কলাক এটা পেচা হিচাপে গ্ৰহণ কৰিব খোজা স্থানীয় শিল্পীসকলে ভ্ৰমণৰত এই শিল্পীদুগৰাকীৰ পৰা শিল্পৰ কলা –কৌশল আয়ত্ত কৰাৰ বাবেও আগ্ৰহী।

ভাৰতৰ ভিভিন্ন নগৰ মহানগৰৰ ৰাজপথ কলাকৃতি অংকন কৰা ৰঞ্জীত দেহিয়াই স্থানীয় যুৱচামৰ সৈতে মহানগৰৰ আলিয়ে গলিয়ে কলাকৃতি অংকন কৰাৰ কৌশলসমূহ  বুজাই দিয়ে। তেওঁ শ্বিলঙৰ এটা চৰকাৰী অট্টালিকাত প্ৰবীন অভিনেতা মিথুন চক্ৰবৰ্তীৰ কলাকৃতি অংকন কৰিব।

‘ কেনণ্ট ষ্টপ আৰ্ট এণ্ড ক্ৰাফ্‌ট’ (Can’t Stop Art and Craft) গোট স্থাপন কৰা স্থানীয় শিল্পী অলিভাৰ ৱেণ্ডেল লিণ্ডেমে কয় যে তেওঁ আৰু তেওঁৰ সহযোগী শিল্পীসকলে দেহিয়াৰ পৰা কলাকৃতি অংকনৰ বিভিন্ন কৌশল আৰু শৈলী আয়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে জোতা পলিছ কৰা ব্ৰাছেৰে কেনেদৰে কলাকৃতি অংকন কৰিব লাগে এই  সকল অতিথি শিল্লীদুগৰাকীৰ পৰা তেওঁলোকে  শিকিবলৈ সক্ষম হৈছে।

লিণ্ডেমৰ মতে ষ্ট্ৰীট আৰ্ট ফেষ্টিভেলে ১৫গৰাকী স্থানীয় শিল্পীক উপকৃত কৰিছে।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd